International Alí-Ayé Lígang

Spread the love

International Alí-Ayé Lígang সবিশেষ জানিবলৈ চাওঁক এই ভিডিঅ 

Assam,February:  12

বিশ্বৰ একমাত্ৰ হেৰিটেজ ফ্লিম চিটিৰ প্ৰাংগনত আয়োজন কৰা মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং ৰ দিন বিশেষ অসুবিধাৰ বাবে সলনি কৰা হৈছে ।

আন্তৰাষ্ট্ৰীয়ভাৱে প্ৰথম বাৰৰ বাবে আয়োজন কৰা আলি আঃয়ে লৃগাং উৎসৱটি মাৰ্চ মাহৰ ৬\৭ তাৰিখত অনুস্থিত কৰা কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবেই অহা ৫\৬ মাৰ্চত অনুষ্ঠিত কৰা হব বুলি আযোজক কৰ্তৃপক্ষৰ হৈ হেৰিটেজ ফ্লিম চিটিৰ প্ৰতিষ্ঠাপক ডা: ভূপেন্দ্ৰ কামানে Rnewsindia 24 ৰ জৰিয়তে ৰাইজক অৱগত কৰে ।

 

By: R News India 24

 

Leave a Reply

Your email address will not be published. Required fields are marked *