About Rnews

Spread the love

Rnewsindia24 সম্পূৰ্ণ নাম (Rural News India 24)

Rnewsindia24 এক Web Portal News Channel। Rnewsindia24 গ্ৰামীন অঞ্চলৰ লগতে ৰাজহুৱা স্বাৰ্থ জড়িত খবৰ সমূহ এক যোগাত্মক দৃষ্টিভংগীৰে ৰাইজৰ বাবে সম্প্ৰচাৰ কৰা আৰু উদীয়মান যুবক-যুৱতী, শিশু শিল্পী সকলক প্ৰতিভা বিকাশৰ বাবে এক বিশেষ মঞ্চ প্ৰদানৰ জৰিয়তে এওঁলোকৰ প্ৰতিভা সমূহ সমাজৰ আগত পৰিচয় কৰা আৰু সমাজৰ বাবে যি সকল ব্যক্তিয়ে নিজস্ব দৃষ্টিভঙ্গীৰে সমাজৰ বাবে কিবা এটা কৰাৰ চেষ্টা কৰি আহিছে এওঁলোকক সমাজত চিনাকি কৰি। দেশৰ ধৰণী, নিজৰ কপালৰ ঘাম মাটিত পেলাই তেজক পানী কৰি, হাড়ক মাটি কৰি আমাক খাদ্য যোগান ধৰা কৃষক সকলক সমাজত পৰিচয় কৰাই নৱ প্ৰজন্মক সমাজৰ প্ৰতি এক দায়বদ্ধতাৰ মানসিকতা গঢ় দিয়াই আমাৰ প্ৰধান লক্ষ্য উদ্দেশ্য।

Rnewsindia24
আমাৰ শ্লোগান := Rural First .