Treatments for eye

চকু দৃষ্টিশক্তি ঘৰুৱা চিকিৎসা।

Spread the love

 

Sangita Dutta

 

আপোনাৰ বাৰু চকুৰ দৃষ্টিশক্তি কমিছে নেকি ?
যদি কমিছে অতিশীঘ্ৰে এইবিধ খাদ্য খাওঁক।

 

আমাৰ স্বাস্থ্যৰ বাবে মাছৰ যিদৰে উপকাৰী ঠিক সেইদৰে মাছৰ কণীও অতি উপকাৰী।

বহু লোকৰ বাবে মাছৰ কণী অতি প্ৰিয়।
আপুনি বাৰু খায় নে ?
যদি খায় তেন্তে কেমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব।

মাছৰ কণীত ইপিএ, ডিএইচএ আৰু ডিপিএই, ওমেগা থ্ৰি ফেটি এচিড, ভিটামিন এ আৰু ডি আৰু বহু পুষ্টিতত্বৰে ভৰপূৰ।

জানো আহক মাছৰ কণীত কি কি ঔষধী গুণ আছে –

১/ হৃদৰোগীৰ বাবে মাছৰ কণী অতি উপকাৰী।

২/ মাছৰ কণীত থকা ভিটামিন-ডিয়ে হাড় আৰু দাঁত মজবুত কৰে।

৩/ মাছৰ কণীত থকা ফেটি এচিড মগজুৰ বিকাশত সহায় কৰে।

৪/ মাছৰ কণীত ভিটামিন A থাকে, যিটো চকুৰ বাবে অতি উপকাৰী।
ই চকুৰ দৃষ্টিশক্তি বঢ়াই ।

৫/ বাতবিষত মাছৰ কণী খালে সুফল পোৱা যায়।

৬/ মাছৰ কণীয়ে তেজ বিশুদ্ধ কৰি হিম’গ্লবিন বৃদ্ধি কৰে ।

৭/ মাছৰ কণীয়ে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

গতিকে, আজিৰ পৰা মাছৰ কণী খায় সুস্থ সবল হৈ থাকক। কুশলে থাকক।
দেহ ভালেই মন ভাল।

খাদ্য বিষয়ক এনে তথ্য সমৃদ্ধ বাৰ্তা জানি থাকিবৰ বাবে নিয়মীয়াকৈ Visit কৰক Rnewsindia24.Com

 

লগতে, আমাৰ Facebook page টি Follow আৰু YouTube Channel Rnewsindia24 Subscribe কৰিবলৈ অনুৰোধ জনালোঁ।

 

বিঃদ্ৰ- এই প্ৰতিবেদনটি বিভিন্ন তথ্যৰ পৰা সংগৃহীত।
অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

 

 

 

 

 Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *