মিছা মাছ আমাৰ স্বাস্থ্যৰ অতি উপকাৰি।
মিছা মাছ খালে শৰীৰৰ বহু বেমাৰ নিৰাময় কৰে।
মিছা মাছত বহু পৰিমানে প্ৰ’টিন থাকে।
আপুনি বাৰু মিছা মাছ খায় কেনে পাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ।
জানো আহক মিছা মাছত ঔষধী গুণ সমূহঃ
ক) মিছা মাছ খালে শৰীৰৰ হাঁড় মজবুত হয়।
খ) মিছা মাছ কৰ্কট ৰোগৰ বাবে অতি উপকাৰী।
গ) মিছা মাছ খালে স্মৃতিশক্তি বৃদ্ধি হয়।
ঘ) হৃদৰোগৰ বাবে মিছা মাছ বহু উপকাৰি।
ঙ) গাৰ চালখন ভালে ৰাখিবৰ বাবে মিছা মাছ খাব লাগে।
চ) মিছা মাছে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
ছ) মাংসপেশীৰ বৃদ্ধিৰ বাবে মিছা মাছ খাব লাগে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে মিছা মাছ খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
মিচিং স্বায়ত্বশসিত পৰিষদ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
News Editor Sangita Dutta R News India 24