Journey of Life অনুষ্ঠানৰ আজিৰ অতিথি বিশিষ্ট লিখক তথা পশ্চিমবংগৰ জনপ্ৰিয় চিনেমা পৰিচালক Subrata_Kanjilal

Journey_of_Life অনুষ্ঠানৰ আজিৰ অতিথি বিশিষ্ট লিখক তথা পশ্চিমবংগৰ জনপ্ৰিয় চিনেমা পৰিচালক Subrata_Kanjilal . Subrata Kanjilal এ ক’লা গুৰু বিষ্ণু_ৰাভাৰ জীৱনিৰ এখন চিনেমা নিৰ্মাণ কৰি আছে। সবিশেষ জানিবলৈ চাওঁক আমাৰ এই … Read More

প্ৰতি মাহে 25000/= টকাৰ অধিক উপাৰ্জনৰ বাবে যোগাযোগ কৰক 8820486856/8486034464

প্ৰতি মাহে 25000/= টকাৰ অধিক উপাৰ্জনৰ বাবে শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ আৰু ধেমাজি জিলাৰ আগ্ৰহী – উদ্যমী যুৱকে যোগাযোগ কৰিব পাৰে। ভোগালী জলপান, জাপরিগোগ, গুৱাহাটী -781005. মোবাইল নম্বৰ 8820486856 , 8486034464. … Read More

শংকৰ-আজানৰ মিলনভূমিত কিহৰ এই ভেদভাৱ?

সাম্প্ৰদায়িক সম্প্ৰীতিৰ ৰাজ্য অসম মুলুকত বিভেদকামী মন্তব্যই শোভা নাপায়। সম্প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ লীলাভূমিত এচাম উগ্ৰ সাম্প্ৰদায়িক মতাদৰ্শৰ লোকে হিন্দু-মুছলমানৰ জাউতিযুগীয়া ভাতিত্ববোধ, পৰস্পৰৰ মাজত থকা বিশ্বাস আৰু পাৰস্পৰিক সম্পৰ্ক বিনষ্ট কৰিবলৈ … Read More

দেশত পুনৰ লক ডাউন জাৰি কৰা হ’ব নেকি?

হয়, এই প্ৰশ্ন এতিয়া সৰ্বত্ৰ : : দেশত পুনৰ লক ডাউন জাৰি কৰা হ’ব নেকি? দেশত কৰোনাৰ ভাইৰাছৰ তাণ্ডৱ কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও বিগত ১৮ নৱেম্বৰৰ পৰা পুনৰ ঠায়ে … Read More

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধিক্ষেত্ৰ নিৰ্মাণক লৈ টাই আহোম যুৱ পৰিষদৰ সভাপতি দিলীপ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

সদ্য প্ৰয়াত #প্ৰাক্তন_মুখ্যমন্ত্ৰী_তৰুণ_গগৈ ৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া তথা উক্ত স্থানত এটা সমাধিক্ষেত্ৰ নিৰ্মাণৰ হকে এডোখৰ মাটিৰ ব্যৱস্থা কৰি নিদিয়া তথা সদিচ্ছা নেদেখুওৱা চৰকাৰৰ লগতে বিৰোধী দলক সমালোচনা কৰি #টাই_আহোম_যুৱ_পৰিষদৰ_সভাপতি_দিলীপ_গগৈয়ে কয় … Read More

সংবিধান দিৱসৰ প্ৰাসংগিকতা কিমান ? 

সংবিধান দিৱসৰ প্ৰাসংগিকতা কিমান ?   ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান দিৱস। ২৬ নভেম্বৰ ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ পৱিত্ৰ সংবিধান (Constituent Assembly of India) আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল। ড° ভীমৰাও … Read More

Breaking News BJP ৰ ঘোষনা পত্ৰ উন্মাোচন

Breaking News ঘোষনা পত্ৰ উন্মাোচন ২৭/১১/২০২০ নবেম্বৰ শুক্ৰবাৰে বিটিচি নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ  ঘোষণাপত্ৰ খন ৰাতিপুৱা ১০ বজাত কোকৰাঝাৰ জিলাৰ দোটমাত অনুষ্ঠিত হবলগা নিৰ্বাচনী প্ৰচাৰ সভাত উন্মোচন কৰিব । … Read More

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ দেৱেৰ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি ।

    শিৱসাগৰ জিলাৰ আমগুৰি বিধান সভা সমষ্টিৰ খনামুখ মণ্ডল কংগ্ৰেছে সদৌ খনামুখ ৰাইজৰ সহযোগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোৱা কালি অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত স্থানীয় অনুষ্ঠান … Read More

লাচিত দিৱসৰ কথাৰে ◾আজি লাচিত দিৱস

অসমীয়া বীৰ লাচিত বৰফুকনে ঐতিহাসিক শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰ বিক্ৰমেৰে যুঁজি অসমখনক ৰক্ষা কৰাৰ স্মৃতিত প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো কেন্দ্ৰীয়ভাৱে ‘লাচিত দিৱস’ হিচাপে পালন কৰি অহা হৈছে। ১৬২২ চনৰ … Read More

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰ সমাধিক্ষেত্ৰ স্থানৰ ব্যৱস্থা কৰিব নোৱাৰিলে অসম চৰকাৰে।

বিৰোধি দলপতি Debabrata Saikia ৰ প্রতিকৃয়া আজি ২৪ ঘণ্টা ওকলি যোৱাৰ পিছটো অসম চৰকাৰে গুৱাহাটী মহানগৰীৰ ভিতৰত সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ নশ্বৰ দেহটোৰ অন্ত্যেষ্টিক্ৰিয়া তথা উক্ত স্থানত … Read More