ইতিহাস ৰচি থৈ গ’ল সৰ্বানন্দ সোণোৱালে

Assam, May 18:   সদ্য বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম ইতিহাসৰ পাতত সোণালী হৈ জিলিকি থাকিব। সৎ, নিকা, দূৰ্নীতি মূক্ত মূখ্যমন্ত্রীৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী … Read More

দেৱদূত ৰূপত অৱতীৰ্ণ মুম্বাইৰ এগৰাকী ব্যক্তি

Assam, April 24 :    যিটো সময়ত দেশৰ বিভিন্ন ৰাজ্যত কেৱল অক্সিজেনৰ অভাৱতে বহু লোকৰ মৃত্যু হৈছে, ঠিক সেই সময়তে মুম্বাইৰ এগৰাকী মহান ব্যক্তিয়ে বিনামূলীয়াকৈ অক্সিজেন যোগান ধৰি মানৱতাৰ অনন্য … Read More

মিচিং ভাষাৰ এক মাত্ৰ ই-আলোচনী “জিলিঃ” প্ৰথম বাৰৰ বাবে পুথি আকাৰত আজি প্ৰকাশ কৰা হয় ।

Assam,  April:  আজি ইং 2/4/2021তাৰিখে প্ৰাথমিক শিক্ষক কল্যান ভৱন, জোনাইত চেনিৰাম পাংগিঙৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰে। জিলিঃ আলোচনীৰ উপদেষ্টা খগেন পেগু দেৱে সভাত উপস্থিত থাকিব নোৱাৰিলেও লিখিত আকাৰে … Read More

বৃহত্তৰ আমেৰিগোগ বৰ্নীহাট সীমান্তৱৰ্তী উন্নয়ন সমিতি

Assam February 25: আজি ইংৰাজী ২৫ /২ /২০২১ তাৰিখে বৰ্ণীহাটত  “বৃহত্তৰ আমেৰিগোগ বৰ্ণীহাট সীমান্তৱৰ্তী উন্নয়ন সমিতিৰ” প্রথম কাৰ্যনিৰ্বাহ সভা অনুস্থিত হ’য়। বৃহত্তৰ আমেৰিগোগ বৰ্ণীহাট সীমান্তৱৰ্তী উন্নয়ন সমিতিৰ” সভাপতি , সম্পাদকে … Read More

উত্তৰ-পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদত বাঁহৰ ট্ৰিটমেণ্ট প্ৰকল্প উদ্বোধন

  Assam February 25: গুৱাহাটী মহানগৰীৰ দাঁতি কাষৰীয়া অঞ্চল বৰ্নিহাটস্থিত উত্তৰ-পূব বেত আৰু বাঁহৰ উন্নয়ন পৰিষদ (NECBDC)ত আজি (২৪ ফেব্ৰুৱাৰী,২০২১) উদ্বোধন কৰা হয় বাঁহৰ ট্ৰিটমেণ্ট প্ৰকল্প। এই প্ৰকল্পটো উদ্বোধন কৰে … Read More

চিৰ চেনেহী মোৰ ভাষা জননী

Assam February 23: ২১ ফেব্ৰুৱাৰী, আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। এক কথাত কবলৈ আঞ্চলিক ভাষা জীয়াই ৰখাৰ দিৱস। বিলুপ্তপ্ৰায় আঞ্চলিক ভাষাসমূহ জীয়াই ৰখাৰ নিমিত্তে প্ৰতি বছৰ ২১ ফেব্ৰুৱাৰীৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস … Read More

International Alí-Ayé Lígang

International Alí-Ayé Lígang সবিশেষ জানিবলৈ চাওঁক এই ভিডিঅ  Assam,February:  12 বিশ্বৰ একমাত্ৰ হেৰিটেজ ফ্লিম চিটিৰ প্ৰাংগনত আয়োজন কৰা মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং ৰ দিন বিশেষ অসুবিধাৰ বাবে … Read More

শিলভঙা গাঁওৰক্ষী বাহিনীলৈ প্ৰশংসা পত্ৰ

শিলভঙা গাঁওৰক্ষী বাহিনীলৈ প্ৰশংসা পত্ৰ Assam, February: 9 মৰিগাঁও পবিতৰা ভৱনত প্ৰদান কৰা হয় এই প্ৰশংসা পত্ৰ। শনিবাৰে মৰিগাঁও পবিতৰা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান শিলভঙা গাঁওৰক্ষী বাহিনীলৈ ২০২০ বৰ্ষৰ … Read More

তৰুলতা কুটুমে সোনাপুৰত কি কৰিছে, আৰু কিয় অসমৰ ৰাইজক বিশেষ ভাবে ধন্যবাদ জনালে

  Tarulata Kutum   Assam February 9: জনপ্ৰিয় কণ্ঠ শিল্পী মিচিং জনগোষ্ঠীৰ চিনেমা জগতৰ মহিলা “First_Superstar” #তৰুলতা_কুটুমে সোনাপুৰত কি কৰিছে, আৰু কিয় অসমৰ ৰাইজক বিশেষ ভাবে ধন্যবাদ জনালে । সবিশেষ … Read More