অভিভাৱকত্ব কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষ সম্বৰ্ধনা অনুষ্ঠান।
১৪ মে ২০২৫ তাৰিখে ধেমাজিৰ কাড়িচুকস্থিত মিচিং আগম কৌবাঙৰ সভাকক্ষত অভিভাৱকত্ব শিক্ষা অধ্যয়ন চক্ৰ, ধেমাজিৰ উদ্যোগত বিশেষ সম্বৰ্ধনা আৰু মতবিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানটিৰ কেন্দ্ৰবিন্দু আছিল- অভিভাৱকসকলৰ পৰিপক্ক সহায় আৰু … Read More