আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেনচাক চিলাট লীগ।
অহা ৯ ৰ পৰা ১২ এপ্ৰিল তাৰিখে চট্টিছগড়ৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্চাক চিলাট লীগ … Read More