অসমক ১৫ বছৰ ধৰি সেৱা আগবঢ়ায় যোৱা, তথা অসমৰ
#অৰ্থনীতি,
#সামাজিক,
#সাংস্কৃতিক তথা প্ৰায় প্ৰতিটো
#ক্ষেত্ৰতেই এক আমোল
#পৰিবৰ্তন আনি অসমখনৰ বিকাশত স্মৰণীয় বৰঙণি আগবঢ়োৱা গগৈ ডাঙৰীয়াৰ মৃত্যুত যিটো সময়ত সমগ্ৰ
#ৰাজ্যবাসী স্তব্ধ তথা তেখেতৰ
#অনুৰাগীসকল ম্ৰিয়মান হৈ আছে, তেনে এক পৰিস্থিতিত চৰকাৰে নানান নীতি-নিয়ম, আইনৰ দোহাই দি এডোখৰ মাটি প্ৰদান কৰিব খোজানাইকিয়া। যাৰ বাবে আমাৰ লগতে তেখেতৰ অজস্ৰ গুণমুগ্ধ মৰ্মাহত হৈছে।
আমি টাই আহোম যুৱ পৰিষদৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী সকলৰ বাবে এক বিশেষ সমাধিক্ষেত্ৰৰ ব্যৱস্থা কৰিব লাগে। যত আমাৰ নৱ প্ৰজন্ময় প্ৰয়াত মুখ্যমন্ত্ৰী সকলৰ বিষয়ে জানিবলৈ সুবিধা হয় ।