27,June Assam 2022:
আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমূহঃ
বিজ্ঞান শাখাঃ
প্ৰথম স্থান: ধৃতিৰাজ বাস্তৱ কলিতা (491)দেওমৰনৈ এইছ এচ স্কুল, দৰং
দ্বিতীয় স্থান: অলংকৃতা গৌতম বৰুৱা(488) ছণ্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়।
তৃতীয় স্থান: সুৰজিত সূত্ৰধৰ(486)কনচেণ্ট ছিনিয়ৰ চেকেণ্ডাৰী স্কুল।
চতুৰ্থ স্থান: হৃত্ত্বিক কুমাৰ সূত(482) ৰামানুজন ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
আলড্ৰিন নাথ(482)
ৰামানুজন ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
পঞ্চম স্থান:
অমন চৈয়েব(481)ছণ্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়।
ৰোহন শইকীয়া(481)কনচেণ্ট ছিনিয়ৰ চেকেণ্ডাৰী স্কুল।
ষষ্ঠ স্থান: অভিলাষা দত্ত(478) ডঃ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়।
সপ্তম স্থান:
দেৱব্ৰত কলিতা(477)দমদমা এইছ এচ স্কুল,কামৰূপ(গ্ৰাম্য)
বৈভৱ সোণোৱাল(477)
ৰামানুজন ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
অষ্টম স্থান: গৌৰাংগ ভূঞা(476) প্ৰজ্ঞা একাডেমী, যোৰহাট।
নৱম স্থান:
সপ্তৰ্ষী কলিতা(475) কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা।
দেৱাশিস শৰ্মা(475) কনচেণ্ট ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
বিকিৰন নাথ(475)ৰামানুজন ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
প্ৰীতম শইকীয়া(475) ৰামানুজন ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
দশম স্থান:
সুপ্ৰজিৎ সাহা(474) ভৱানীপুৰ এইছ এচ স্কুল বৰপেটা।
অন্তৰীক্ষ মজুমদাৰ(474)
ডঃ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়।
দেৱজ্ঞান বৰদলৈ(474)
প্ৰজ্ঞা একাডেমী, যোৰহাট।
কিষণ হৰলালকা(474)
প্ৰজ্ঞা একাডেমী, যোৰহাট।
বেদান্ত শৰ্মা(474)কটন বিশ্ববিদ্যালয়,কামৰূপ(মেট্ৰ’)।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
কলা শাখাঃ
প্ৰথম স্থান: সাধনা দেৱী(487) কামৰূপ গাৰ্লছ চিনিয়ৰ হায়াৰ চেকেণ্ডাৰী স্কুল।
দ্বিতীয় স্থান: বিদিশা মিশ্ৰ(486) শংকৰদেৱ একাডেমী, নলবাৰী।
তৃতীয় স্থান: সুদীপ্ত দেৱনাথ(483)শংকৰদেৱ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, হোজাই।
নিলয় কুৰ্মী:(483) ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
চতুৰ্থ স্থান:প্ৰিয়ংকা বৈশ্য(481) অসমভেলী একাডেমী, নলবাৰী।
পঞ্চম স্থান:
মধুস্মিতা বেজবৰুৱা(480) আনন্দ বৰুৱা একাডেমী, বৰপেটা।
প্ৰত্যুষ প্ৰতিম বৰা(480) কনচেপ্ত চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
ষষ্ঠ স্থান:
দৈবিক দেব(478) ৰামানুজ গুপ্তা চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
ছহীদ আহমেদখণ্ডকাৰ
(478)আব্দুল হাছিব হায়াৰ চেকেণ্ডাৰী স্কুল, হোজাই।
ৰ’জী ৰৌছন(478) কামৰূপ গাৰ্লছ চিনিয়ৰ চেকেণ্ডাৰী স্কুল(কামৰূপ)
উপাসনা শইকীয়া(478)
ৰামানুজ চিনিয়ৰ চেকেণ্ডাৰী, নগাওঁ।
সপ্তম স্থান: বিশাল বিকাশ বৈশ্য(477) আনন্দ বৰুৱা একাডেমী বৰপেটা।
অষ্টম স্থান: ৰিয়া শইকীয়া (475) কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ চেকেণ্ডাৰী, বৰপেটা।
দিক্ষিতা শইকীয়া(475)পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং।
অভিনন্দা হাজৰীকা(475)
কটন বিশ্ববিদ্যালয়, গুৱাহাটী।
নিখিল দাস(475)
কটন বিশ্ববিদ্যালয়,কামৰূপ।
নৱম স্থান: ৰাস্না গগৈ(474)
ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুল।
দশম স্থান:
অনন্যা সুত্ৰধৰ (473) বঙাইগাওঁ হায়াৰ চেকেণ্ডাৰী স্কুল।
মেঘনা বৰা(473)
ৰামানুজ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
দেৱীস্ততি হাজৰীকা(473)
চালাগুৰি হায়াৰ চেকেণ্ডাৰী স্কুল, শিৱসাগৰ।
বাণিজ্য শাখাঃ
প্ৰথম স্থান: সাগৰ আগৰৱাল(482) বিবেকানন্দ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, কাছাৰ।
দ্বিতীয় স্থান: মানসজ্যোতি বৰঠাকুৰ(476) ক্ৰিচেণ্ট একাডেমী, যোৰহাট।
তৃতীয় স্থান: নিখিল গুপ্তা(474) আৰ দি চিনিয়ৰ চেকেণ্ডাৰী স্কুল, তিনিচুকীয়া।
চতুৰ্থ স্থান:
নেন্সী খেটাৱাট(473)বি পি কলেজ, ধুবুৰী।
প্ৰিয়াক্ষী ঘোষ(473) পি আৰ গভট হায়াৰ ছেকেণ্ডাৰী স্কুল, শিৱসাগৰ।
পঞ্চম স্থান: প্ৰথম আগৰৱাল(472)শিৱসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল।
ষষ্ঠ স্থান:
মৃনাল ৰয়(468) পি আৰ চৰকাৰী উচ্চতৰ বিদ্যালয়, গোৱালপাৰা।
দীপক লোধা(468) কে চি দাস কমাৰ্চ কলেজ, কামৰূপ।
সপ্তম স্থান: বন্দনা বলদেৱা(466) শিৱসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল।
অষ্টম স্থান: ছিমৰান ছুৰানা(465) নগাওঁ গভট বইচ হায়াৰ চেকেণ্ডাৰী স্কুল।
নৱম স্থান: চন্দন বৰা (461)
চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ।
দশম স্থান:প্ৰিয়াংশু দাস(460)সোনাৰী কমাৰ্চ কলেজ, চৰাইদেউ।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24