লখিমপুৰ, ধেমাজী আৰু মাজুলী বাসীলৈ ভয়ংকৰ সংকেট ভয়াৱহ পৰিস্থিতিৰ আশংকা।
চাওঁক এই ভিডিঅ (NHPC)
নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী
ৰাজ্যত অব্যাহত আছে ভয়াৱহ বান পৰিস্থিতি।
ইয়াৰ মাজতে উত্তৰ অসমত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।
অৰুনাচলত হোৱা ভয়ংকৰ বৃষ্টিপাতৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে সোৱনশিৰি, জীয়াঢল আৰু কুমটীয়া নৈ।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
যাৰ ফলত সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ওপৰেৰে ভয়াৱহ ভাৱে বাগৰিছে পানী।
গতিকে যিকোনো মূহুৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব পাৰে।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24 .