১৯৯৭ চনত ভাৰত চৰকাৰে “Indira Gandhi Award for National Integration”
১৯৯৮ চনত ভাৰত চৰকাৰে “Veer Savarkar Award”
২০০০ চনত Chennai Alwars Research Centre ৰে “ৰামানুজন বঁটা”
২০০৭ চনত King Charles II Medal আৰু Honorary Doctorate of Science .
২০০৮ চনত Doctor of Engineering.
২০০৯ চনত হুভাৰ মেডেল আৰু International von Kármán Wings Award.
২০১০ চনত Doctor of Engineering.
২০১১ চনত IEEE Honorary Membership.
২০১২ চনত Doctor of Laws.
২০১৩ চনত “ভন ব্ৰাউন” বঁটা।
২০১৪ চনত Doctor of Science.
২০০৩ আৰু ২০০৬ চনত তেখেতক MTV youth icon of the year প্ৰদান কৰে। ২০১৫ চনৰ ২৭ জুলাই তাৰিখে তেওঁৰ মৃত্যু হয়।
(Avul Pakir Jainulabdeen Abdul Kalam)
তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।
R News India 24 ৰ বাতৰি নিয়মীয়াকৈ পঢ়ক আৰু নিয়মীয়াকৈ উপহাৰ লাভ কৰক। সবিশেষ জানিবলৈ R News India 24ত যোগাযোগ কৰক ধন্যবাদ।