প্ৰাক্তন মন্ত্ৰী, বিধায়ক নৱ কুমাৰ দলেৰ পিতৃ পৰমানন্দ দলে আৰু নাই।
ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেৰ পিতৃ ৰাজনৈতিক ও বিশিষ্ট সমাজকৰ্মী পৰমানন্দ দলে দেৱৰ ২১/৮/২০২২ তাৰিখে পৰলোক প্ৰাপ্তি ঘটে।
তেখেতে ৰাজনৈতিক বিভিন্ন কৰ্মৰ লগতে মিচিং জনগোষ্ঠীৰ উত্তৰণ আৰু সমাজৰ হিতৰ বাবে বহু অৱদান আগবঢ়াই থৈ গৈছে।
তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকাৱহ পৰিয়ালবৰ্গলৈ আমাৰ গভীৰ সমবেদনা জনালোঁ।
ঔঁম শান্তি!
Rnewsindia24.com