১৯ চেপ্তেম্বৰ তাৰিখে ঘোষণা হ’বলগীয়া মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষাৰ ফলাফল ক’ত কেনেকৈ উপলদ্ধ হব চাওঁক।

Spread the love

মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা

অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ একমাত্ৰ ভাষা-সাহিত্য চৰ্চা কৰা সংগঠন মিচিং আগম কেবাঙ ৰ উদ্যোগত অনুষ্ঠিত হোৱা মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষা ফলাফলৰ দিন সংবাদ মেল যোগে ঘোষণা কৰে গোগামুখস্থিত এন.চি.ডি. মহাবিদ্যালয়ত মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষা বৰ্ডৰ সচিব ড° সুৰজিৎ দলেয়ে

 

২০২২ বৰ্ষৰ ১২ জুন তাৰিখে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফল ১৯ চেপ্তেম্বৰ অৰ্থাৎ অহা কালিলৈ পুৱা ১০ বজাত অসমৰ বিভিন্ন জিলাৰ ৭৩ টা পৰীক্ষা কেন্দ্ৰত ছাত্র-ছাত্ৰীসকলৰ ফলাফল উপলদ্ধ হব বুলি সংবাদ মাধ্যমক জানিব দিয়ে মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষা বৰ্ডৰ সচিব ড° সুৰজিৎ দলেয়ে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

গোগামুখৰ পৰা প্ৰমোদ টাইদৰ প্ৰতিবেদন Rnewsindia24.

Leave a Reply

Your email address will not be published. Required fields are marked *