অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ বাপতিসাহোন কঙালী তথা কাতি বিহুৰ শুভেচ্ছাৰে Rnewsindia24 ।
তুলসী তলৰ আশাৰ বন্তী গছিয়ে প্ৰতিটো অসমীয়া পৰিয়ালক পোহৰেৰে উজ্জ্বলাই তোলক, কৃষক ৰাইজৰ ভৰাঁলসমূহ পথাৰৰ সোণগুটিৰে পৰিপূৰ্ণ হৈ উঠক আৰু সকলোৰে জীৱন সুখ সমৃদ্ধিৰে উপচি পৰক।
তাৰে কামনা কৰিলোঁ Rnewsindia24 পৰিয়ালৰ তৰফৰ পৰা।

News Editor Sangita Dutta R News India 24


Happy Kati Bihu ❤️