লাই শাকত কি কি ঔষধী গুণ আছে ?

Spread the love

লাই শাক আমাৰ দেহৰ বাবে অতি উপকাৰী।

গাহৰি মাংসৰ লগত লাই শাক মোৰ আটাইতকৈ প্ৰিয়।

লাইশাক আপুনি কেচাঁই ছাটনি কৰিও নাইবা ভাজি বা খাৰ দি মাছৰ লগতো খাব পাৰে।

জানোঁ আহক লাই শাকৰ ঔষধী গুণসমূহঃ

1. লাই শাক খালে কৃমি নাশ কৰে।

2. লাই শাক খালে ভোক বঢ়ায় ।

3. কফ হৈ থকা ৰোগীয়ে লাইশাক খালে সুফল পোৱা যায়।

4. লাই শাক খালে খৰ,বেচু আদি ৰোগ ভাল কৰে।

5. লাই শাক মধুমেহ ৰোগৰ বাবে উপকাৰী।

6. লাই শাক ছালৰ বাবে উপকাৰী।
লাইশাক খালে ছালৰ বিভিন্ন সমস্যা নিৰাময় হয়।

7. লাই শাকে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

8. লাইশাক খালে কেন্সাৰৰ প্ৰতিৰোধ কৰে।

9. লাইশাকে হৃদ যন্ত্ৰ শক্তিশালী কৰে আৰু নিম্ন ৰক্তচাপৰ বাবে ভাল।

গতিকে আজিৰ পৰা লাই শাক খাওঁক আৰু শৰীৰটো সুস্থ-সবল কৰি ৰাখক।

আপুনি লাইশাক খাই কেনে পাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।

বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *