লং কি কি ৰোগত ব্যৱহাৰ কৰা হয় আৰু কি কি ঔষধী গুণ আছে ?
Spread the love
লং আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
লং খালে বিভিন্ন বেমাৰ নিৰাময় হয়।
লং এবিধ ঔষধিগুণেৰে ভৰপূৰ মছলা।
লঙৰ ইংৰাজী নাম হৈছে Clove আৰু বৈজ্ঞানিক নাম হৈছে Syzygium Aromaticum . লঙত ফাইবাৰ, পটেছিয়াম, প্ৰটিন, কৰ্বোহাইড্ৰেট, ভিটামিন A, ভিটামিন C, ভিটামিন K, চডিয়াম, কেলচিয়াম, মেগনেচিয়াম, আইৰণ, মেংগানিজ আদি পুষ্টিতত্ব উপাদান থাকে।