গাজী মগু আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।
প্ৰতিদিনে গাজী মগু খালে নিৰোগী হৈ থাকে।
গাজী মগুত আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিৰে পুষ্টিতত্বৰে ভৰপূৰ।
গাজী মগু খালে শৰীৰৰ বহু বেমাৰ নাশ কৰে।
জানো আহক গাজী মগুৰ উপকাৰীতাঃ
ক) গাজী মগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়, চুলিৰ গুৰি শক্তিশালী হয় আৰু চুলি সৰাত বাধা দিয়ে।
খ) গাজী মগু খালে আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ়-মসৃণ হয়, চাল নিমজ-উজ্জ্বল হয় আৰু চৰ্মৰোগ হোৱাটো ৰোধ কৰে।
গ) গাজী মগুৱে মহিলাক গৰ্ভৱতী হোৱাত সহায় কৰে আৰু পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয়।
ঘ) গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
ঙ) গাজী মগু খালে খাদ্যনলী পৰিস্কাৰ হয় আৰু শৌচ খোলোচা হয়।
চ) গাজী মগু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী।
জ) গাজী মগুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে প্ৰতিদিনে গাজী মগু খাওঁক আৰু নিৰোগী হৈ থাকক।
Mising Autonomous Council .
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।

News Editor Sangita Dutta R News India 24