পাৰ মাংস আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
পাৰ মাংস খালে শৰীৰৰ বহু বেমাৰ নাশ হয়।
পাৰ মাংসত যথেষ্ট পৰিমানে প্ৰ’টিন থাকে।
মোৰ আকৌ জালুক দিয়া পাৰ মাংসৰ জোলকন অতি প্ৰিয়।
আপুনি বাৰু পাৰ মাংস খায় কেনে পাই? কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।
জানো আহক পাৰ মাংসৰ উপকাৰীতাঃ
ক) ল প্ৰেছাৰ থকা ৰোগীৰ বাবে পাৰ মাংস অতি উত্তম।
খ) পাৰ মাংসই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই।
গ) পাৰ মাংস লিভাৰ আৰু কিডনীৰ বাবে উপকাৰী।
ঘ) পাৰ মাংস খালে চুলি আৰু নখ ভালে থাকে।
ঙ) পাৰ মাংস থাইৰড ৰোগী,
হৃদযন্ত্ৰৰ ৰোগ, চৰ্মৰোগৰ বাবে উপকাৰী।
চ) পাৰ মাংস মাংসপেশীৰ বিষৰ বাবে উপকাৰী
আৰু পাৰ মাংসই বিষাদগ্ৰস্ততা দূৰ কৰে।
ছ) পাৰ মাংসই ব্লাড প্ৰেছাৰ, ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে প্ৰতিদিনে পাৰ মাংস খাওঁক আৰু নিৰোগী হৈ থাকক।
Mising Autonomous Council .
Mising Autonomous Council.
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।

News Editor Sangita Dutta R News India 24