ৰঙালী বিহুৰ শুভেচ্ছাৰে – সংগীতা।

“অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকো”।
হাতখনেই ভাঙো নে কঁকালটোকে ঘূৰাও।
মুঠতে চৌদিশে এক উৰো উৰো ভাব বহাগ মানেই সেউজীয়া। সেউজীয়া মানেই শান্তি, সেউজীয়া মানেই আশা।
ক’ত আশাৰে প্ৰতিজন অসমীয়াই ৰৈ থাকে হেঁপাহৰ বিহুটিলৈ।
বিশ্বৰ প্ৰতিটো কোণত থকা প্ৰতিজন অসমীয়াক Rnewsindia24 পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়াভৰা শুভকামনা।
এই ৰঙালীৰ বতৰে সকলোৰে মনবোৰ প্ৰেম-ভালপোৱাৰে ভৰাই তোলক। সকলো কুশলে থাকক।
ধন্যবাদ।
News Editor Sangita R News India 24