অসমৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া পাৰুল দেৱী দাসৰ জীৱনযাত্ৰাঃ

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

আজি ২৬ এপ্ৰিল অৰ্থাৎ ২০২১ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটিছিল হ’ল অসমৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া পাৰুল দেৱী দাসৰ।

পাৰুল দেৱী দাস জন্ম হৈছিল
১৯৫০ চনত শ্বিলঙত।
পিতৃৰ নাম ৰামনাথ দাস আৰু মাতৃৰ নাম আছিল উৰ্মিলা দেৱী।

দেউতাক ৰামনাথ দাস দেৰগাঁও অনুসূচিত জাতিৰ সংৰক্ষিত আসনৰপৰা বিধায়ক হৈ অসম চৰকাৰৰ বন মন্ত্ৰী হৈছিল।

২০১০ চনত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰূপে পাৰুল দাসে কৰ্ম জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰিছিল।

পাৰুল দেৱী দাসৰ ভাতৃ নৱকুমাৰ দাসো এগৰাকী প্ৰশাসনিক বিষয়া আৰু অসম চৰকাৰৰ মুখ্য সচিব ৰূপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে।

২০২১ চনৰ ২৬ এপ্ৰিল তাৰিখে তাৰিখে ক’ভিড আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়।

তেওঁ ৰাজ্যৰ প্রশাসনিক ক্ষেত্রখনলৈ যি সেৱা আগবঢ়াই গ’ল, সেয়া সকলোৱে সদায় শ্রদ্ধাৰে স্মৰণ কৰিব৷

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *