4. মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ নতুন ভৱন মুকলি।
১০০খন বিছনাযুক্ত, ৩১খন ICU বিছনাযুক্ত নৱনিৰ্মিত ভৱন মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
ভৱনটো নিৰ্মাণত পলম হোৱা বাবে ক্ষমা খোজে মন্ত্ৰীগৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু বহু গণ্য মান্য ব্যক্তি।
5. জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠক।
বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে।
বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা, আৰু কেবিনেট মন্ত্ৰী সকল।
14. শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত পূজা কমিটীলৈ চৰকাৰৰ আৰ্থিক সাহায্য।
৩ বছৰ পুৰণি পূজা সমিতিলৈ চৰকাৰে দিব সাহায্য।
ড্ৰিব্ৰুগড়ত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
15. কামৰূপৰ সোণতলীত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ১৪ খনকৈ মটৰ চাইকেল।
সোণতলীৰ নতুন কাঠমী গাঁৱত চালায় এই অভিযান।
17. চাপৰ দূৰ্গাবাৰী প্ৰাংগনত ১২৫তম দূৰ্গোৎসৱ উপলক্ষে অনুষ্ঠিত হয় এক ধৰ্মীয় আলোচনী সভা।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে RSSৰ অসম শাখাৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ট বেজৰবৰুৱা।
18. তামিলনাডুত ফটকাৰ কাৰখানাত বিস্ফোৰণ।
দুটাকৈ বিস্ফোৰণত নিহত হয় প্ৰায় ১০গৰাকী ব্যক্তি।
তামিলনাডুৰ বিৰুধুনগৰত সংঘটিত হয় এই ঘটনা।