“নবাবী বিৰিয়ানি”
Rnewsindia24.com
বিৰিয়ানিৰ বাবে বিখ্যাত এটি হোটেল।
এইবাৰ অসমত উপলব্ধ হায়দৰাবাদী বিৰিয়ানি।
অসমৰ এখন হোটেলত অতি ক’ম মূল্যতে উপলব্ধ হৈছে “নবাবী বিৰিয়ানি”।
ইতিমধ্যে শ্বাহি বিৰিয়ানিৰ সুঘ্ৰাণে মোহিত কৰি তুলিছে মধ্য অসম।
হয়, আপুনি ঠিকেই শুনিছে, এইবাৰ অসমৰ এখন হোটেলত সহজলভ্য হৈ পৰিছে হায়দৰাবাদী বিৰিয়ানি।
পিছে এই হোটেলটো ক’ত আছে জানিবলৈ আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদনটো চাওক।
জাগীৰোডৰ পৰা নাতিদূৰত অৱস্থিত হোটেলখন।
নগাঁও-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে আটকধুনীয়া হোটেলখন।
মধ্য অসমৰ মৰিগাঁও আৰু কামৰূপ জিলাৰ সীমান্ত ‘টপাতলীত’ জিলিকি আছে হোটেলখন।
হোটেলখনৰ নাম হৈছে, ‘মৰিয়ম হোটেল এণ্ড ফেমেলি ৰেষ্টুৰেণ্ট’।
অতি জাকজমকতাপূৰ্ণ আৰু আটক ধুনীয়া হোটেলখনত বিৰিয়ানিৰ উপৰিও পোৱা যায় – ভাত, মাছ, মাংস, চাহ, ৰুটি, পৰঠাকে ধৰি বিভিন্ন ধৰণৰ সু-স্বাদু খাদ্য ব্যঞ্জন।
এইখিনিতে লক্ষ্যনীয় বিষয়টো হৈছে, হোটেলখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰী সকলৰ মনোমোহা আচাৰ-ব্যৱহাৰ।
ইফালে হোটেলখনৰ জাকজমকতা, পৰিপাটিকতা আৰু পৰিস্কাৰ-পৰিচন্নতাও প্ৰসংশনীয়।
আনহাতে, লোকেল আৰু চাইনিজ উভয়বিধৰ ভ্যাৰাইটিছ, সুস্বাদযুক্ত খাদ্যভাসেৰে পৰিপূৰ্ণ অত্যাধুনিক হোটেলখনত আছে শৌচগাৰ, প্ৰস্ৰাৱগাৰকে ধৰি সকলো ধৰণৰ সুবিধা।
হোটেলখনৰ চাৰিওফালৰ দৃশ্য যেনেকৈ মনোগ্ৰাহী তেনেকৈ আছে পাৰ্কিংৰ ব্যৱস্থা।
সচাঁ কথা ক’বলৈ গ’লে, এই বিশাল হোটেলখনত বহি এসাঁজ জুতি লগাই খুওৱাৰ আমেজেই হ’ব আনন্দদায়ক।
ব্যঞ্জনবৰ্ণ, দিপ্তীদায়ক আৰু ৰুচিপূৰ্ণ খাদ্যৰে গ্ৰাহকক আপ্যায়ন কৰা হোটেলখন দিবা-নৈশ অৰ্থাৎ ছব্বিশ ঘন্টাই খোলা থাকে।
অন্যহাতে, হোটেলখনৰ স্বত্বাধিকাৰী ইউছুফ আলীয়ে আমাৰ প্ৰতিবেদক জানিবলৈ দিয়া মতে, বিয়া, সকাম, জন্মদিন, উৎসৱ-পাৰ্বন আদি যিকোনো অনুষ্ঠানৰ বাবে খোৱাৰ বিভিন্ন আইটেমৰ অৰ্ডাৰ লোৱা হয়।
অৰ্ডাৰ কৰিবলৈঃ 60017-26588/ 93650-36883 এই নম্বৰ দুটাত যোগাযোগ কৰিব পাৰে।