নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ কেন্দ্ৰীয় মন্ত্ৰী সকল।
10 / 6 / 2024 তাৰিখে মোদী 3.0 ৰ প্ৰথমখন কেবিনেট বৈঠক৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় প্ৰথম কেবিনেট৷
বৈঠকত মোদী মন্ত্ৰীসভাৰ দপ্তৰসমূহ বিতৰণ কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত থাকিব মহাকাশ, পাৰমাণৱিক শক্তি দপ্তৰ৷
লগতে থাকিব কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি, পেঞ্চন আৰু বিতৰণ নোহোৱা আন আন বিভাগ সমূহ।
১/ অমিত শ্বাহক গৃহ দপ্তৰ।
২/ ৰাজনাথ সিঙক প্ৰতিৰক্ষা দপ্তৰ ।
৩/ নীতিন গাডকাৰীক পথ-পৰিবহণ দপ্তৰ ।
৪/ জে পি নাড্ডাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ৰসায়ণ আৰু সাৰ দপ্তৰ।
৫/ শিৱৰাজ সিং চৌহানক কৃষি,পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন দপ্তৰ।
৬/ বিত্তমন্ত্ৰীৰ দপ্তৰ নিৰ্মলা সীতাৰমণ।
৭/ এছ জয়শংকৰক বৈদেশিক পৰিক্ৰমা দপ্তৰ।
৮/ অশ্বিনী বৈষ্ণৱক ৰে’ল, তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দপ্তৰ।
৯/ জ্যোতিৰাদিত্য সিন্ধিয়াক দূৰ সংযোগ দপ্তৰ৷
১০/ ভূপেন্দ্ৰ যাদৱক পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰ।
১১/ গজেন্দ্ৰ সিং শ্বেখাৱটক সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰালয় দপ্তৰ।
১২/ অণ্ণপূৰ্ণা দেৱীক মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয় দপ্তৰ।
১৩/ কিৰেণ ৰিজিজুক সংসদীয় পৰিক্ৰমা দপ্তৰ।
১৪/ হৰদ্বীপ সিং পুৰীক পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰ।
১৫/ মনসুখ মাণ্ডভিয়াক শ্ৰম, ক্ৰীড়া যুৱ কল্যাণ দপ্তৰ।
১৬/ জি কিষাণ ৰেড্ডীক কয়লা আৰু খনন দপ্তৰ।
১৭/ চিৰাগ পাছোৱানক খাদ্য সংসাধনৰ দপ্তৰ।
১৮/ মনোহৰ লাল খট্টৰক শক্তি বিভাগৰ দপ্তৰ৷
১৯/ এইচ ডি কুমাৰাস্বামীক উদ্যোগ আৰু তীখা দপ্তৰ।
২০/ পীযূষ গোৱেলক বাণিজ্য আৰু উদ্যোগ দপ্তৰ৷
২১/ ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা দপ্তৰ।
২২/ জিতন ৰাম মাঝীক MSME দপ্তৰ।
২৩/ ৰাজীৱ ৰঞ্জন সিং, অলীয়াছ লালন সিং পঞ্চায়তী ৰাজ মন্ত্ৰী, মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী।
২৪/ সৰ্বানন্দ সোণোৱালক বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰ৷
২৫/ বীৰেন্দ্ৰ কুমাৰক সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰ।
২৬/ কিনিজাৰাপু ৰাম মোহন নায়ডুক অসামৰিক বিমান দপ্তৰ৷
২৭/ প্ৰহ্লাদ যোশীক গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰ আৰু নতুন, নবীকৰণযোগ্য শক্তি দপ্তৰ।
২৮/ জ’ৱেল ৱৰামক জনজাতীয় পৰিক্ৰমা দপ্তৰ।
২৯/ গিৰিৰাজ সিঙক বস্ত্ৰ মন্ত্ৰালয় দপ্তৰ।
৩০/ চি আৰ পাটিলক জলশক্তি দপ্তৰ।
এনে ৰাজনৈতিক বাৰ্তা পাই থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com