৭৬সংখ্যক ‘গণৰাজ্য দিৱস’।
ভাৰতবৰ্ষ এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য।
১৯৫০ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২৬ জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত হৈছিল আৰু ভাৰতবৰ্ষ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।
দেশৰ গৌৰৱোজ্বল ৭৬সংখ্যক ‘গণৰাজ্য দিৱস’ৰ শুভক্ষণত মহান সংবিধান প্ৰণেতা আৰু শ্বহীদ সংগ্ৰামী সকলক Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।
লগতে প্ৰতিগৰাকী ভাৰতীয়লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আঁহক, বিশেষ দিনটোত আমি সকলোৱে মিলি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ সংকল্প লওঁ।
ধন্যবাদ।
Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com