লাচিত দিৱসৰ কথাৰে ◾আজি লাচিত দিৱস

অসমীয়া বীৰ লাচিত বৰফুকনে ঐতিহাসিক শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰ বিক্ৰমেৰে যুঁজি অসমখনক ৰক্ষা কৰাৰ স্মৃতিত প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো কেন্দ্ৰীয়ভাৱে ‘লাচিত দিৱস’ হিচাপে পালন কৰি অহা হৈছে। ১৬২২ চনৰ … Read More