সত্ৰৰত্ন উপাধি, শংকৰ মাধৱ বঁটা, সাহিত্য অকাডেমিৰ ভাষা সন্মান বঁটা প্ৰাপ্ত নাৰায়ণ চন্দ্ৰ গোস্বামীৰ জীৱন যাত্ৰাঃ

নাৰায়ণ চন্দ্ৰ গোস্বামীঃ অসমৰ এগৰাকী বিশিষ্ট লেখক, নতুন কমলাবাৰী আৰু মাজুলীৰ সত্ৰাধিকাৰ, বৈষ্ণৱ সাহিত্যিক, সত্ৰৰত্ন উপাধি প্ৰাপ্ত, সংস্কৃত টোলৰ অধ্যক্ষ, জীৱন জোৰা সাধনা বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, সাহিত্য … Read More

অসম আৰু মিজোৰাম ‘সীমা বিবাদ’ক লৈ ঐতিহাসিক সিদ্ধান্ত দুয়োখন চৰকাৰৰ।

সীমা বিবাদৰ নিষ্পত্তি ৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ যুটীয়া বিবৃতিত স্বাক্ষৰ অসম আৰু মিজোৰামৰঃ অসম আৰু মিজোৰাম চৰকাৰে মঙলবাৰে দুয়োখন ৰাজ্যৰ মাজত থকা সীমা বিবাদৰ সমাধানৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ এক যুটীয়া বিবৃতিত স্বাক্ষৰ … Read More

অসমৰ বাবে কি কৰি থৈ গল? গোপীনাথ বৰদলৈয়ে স্বাধীন ভাৰতৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে।

গোপীনাথ বৰদলৈঃ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী, লোকপ্ৰিয় উপাধি প্ৰাপ্ত, বিশিষ্ট লেখক, ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল।   তেখেতৰ জন্ম হৈছিল ১৮৯০ চনৰ … Read More

বনগীতৰ স্ৰষ্টা, ‘বন কোঁৱৰ’ আনন্দিৰাম দাসৰ বিষয়ে আপুনি জানে নে ?

আনন্দিৰাম দাসঃ অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, বনগীতৰ স্ৰষ্টা, বন গীতৰ ওজা উপাধি প্ৰাপ্ত আছিল। তেওঁৰ জন্ম হৈছিল ১৯০৯ চনৰ ২ অক্টোবৰ তাৰিখে গুৱাহাটীৰ খাৰঘূলিত। পিতৃৰ নাম খেলাইৰাম। সৰুতেই পিতৃ মৃত্যু … Read More

অসম সাহিত্য সভাৰ দশমগৰাকী সভাপতি, দেশভক্ত তৰুন ৰাম ফুকন ।

তৰুন ৰাম ফুকনঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অসমৰ নেতা, অসম সাহিত্য সভাৰ দশমগৰাকী সভাপতি, দেশভক্ত, এগৰাকী সুবক্তা, লেখক, অসমৰ তৃতীয়জন বেৰিষ্টাৰ, Darling of Assam, অসমত চাইকেল চলোৱা প্ৰথম গৰাকী ব্যক্তি … Read More

বিশিষ্ট লেখক, ঔপন্যাসিক, ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাঃ

ৰঞ্জু হাজৰিকাঃ এগৰাকী বিশিষ্ট লেখক, ঔপন্যাসিক, ৰহস্য সম্ৰাট, প্ৰেৰণা বঁটা আৰু সাহিত্য বঁটা প্ৰাপ্ত। তেখেতৰ জন্ম হৈছিল ১৯৫২ চনৰ ২৪ জুলাই তাৰিখে শোণিতপুৰৰ মোনাবাৰী চাহ বাগিছাত। তেখেতৰ প্ৰকৃত নাম কুমুদ … Read More