উত্তৰ অসমৰ প্ৰথম গৰাকী মুখ্য অভিযন্তা, মুখ্য সচিব, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু ৰে’ডক্ৰছ ছ’ছাইটিৰ জন্মদাতা হৰিপ্ৰসাদ বৰুৱাৰ জীৱনযাত্ৰাঃ

  ১৮৮৯ চনৰ ১১ এপ্ৰিল তাৰিখে গোলাঘাট জিলাৰ খুমটাইত হৰিপ্ৰসাদ বৰুৱা জন্ম হৈছিল। হৰিপ্ৰসাদ বৰুৱা অসমৰ প্ৰথম মুখ্য অভিযন্তা, মুখ্য সচিব, সু-সাহিত্যিক, শিক্ষাবিদ আৰু প্ৰশাসক আছিল। তেওঁ ১৯০৪ চনত গোলাঘাট … Read More

লখিমপুৰ জিলাৰ প্ৰথম গ্ৰেজুৱেট পাপৰি কবি গণেশ গগৈৰ জীৱনযাত্ৰাঃ-

  Rnewsindia24.com অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি গণেশ গগৈৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ডিচেম্বৰত যোৰহাটত। তেখেত অসমৰ এগৰাকী সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ আছিল। গণেশ গগৈৰ পিতৃৰ … Read More

অসমৰ কুইজ মাষ্টাৰ দিলীপ কুমাৰ বৰুৱাৰ জীৱনযাত্ৰা।

আজি ২৭ এপ্ৰিল অৰ্থাৎ ২০১৭ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল অসমৰ কুইজ মাষ্টাৰ দিলীপ কুমাৰ বৰুৱা। তেখেত জন্ম হৈছিল ১৯৪৩ চনৰ ১৬ মাৰ্চত দৰং জিলাৰ ছিপাঝাৰৰ ভুক্তাবাৰী গাৱত। পিতৃৰ নাম … Read More

কম্পিউটাৰত অসমীয়াত লিখা প্ৰথমখন গ্ৰন্থৰ স্ৰষ্টা, অসমীয়া গণিতজ্ঞ, গৱেষক, শিক্ষাবিদ ড° দিলীপ কুমাৰ দত্তৰ জীৱনযাত্ৰাঃ

ড° দিলীপ কুমাৰ দত্তৰ জন্ম হয় ১৯৩৭ চনৰ ৩০ এপ্ৰিলত যোৰহাট জিলাৰ তৰাজান গায়ন গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃৰ নাম আছিল ৰত্নেশ্বৰী দত্ত। তেখেতৰ পিতৃ গুৱাহাটী … Read More

সাহিত্য অকাডেমি বঁটা বিজয়ী ৰেৱতী মোহন দত্তচৌধুৰী তথা শীলভদ্ৰ দেৱৰ জীৱনযাত্ৰাঃ

শীলভদ্ৰ অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ আছিল। তেখেত জন্ম হয় ১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত গৌৰীপুৰত ।   পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী। … Read More

বিশ্ববৰেণ্য শিল্পী, ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জীৱন যাত্ৰা ।

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্মদিন। তেখেত একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, সাংবাদিক, অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু  সংগীত নাটক একাডেমীৰ শ্বেয়াৰমেন পদ লাভ … Read More

কবি, প্ৰবন্ধকাৰ, শিক্ষাবিদ, সমালোচক মহেন্দ্ৰ বৰাৰ জীৱন যাত্ৰা ।

মহেন্দ্ৰ বৰাঃ তেখেত অসমৰ এগৰাকী কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। তেখেতে অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। জানো আহক মহেন্দ্ৰ বৰা দেৱৰ জীৱনযাত্ৰাৰ বিষয়েঃ তেখেত জন্ম হৈছিল ১৯২৯ চনৰ … Read More

জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ।

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঃ অসমৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সাংবাদিক, জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া লেখক, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী প্ৰাপ্ত, জব্বলপুৰ বিশ্ববিদ্যালয়ৰ … Read More

অসমৰ বাবে কি কৰি থৈ গল? গোপীনাথ বৰদলৈয়ে স্বাধীন ভাৰতৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে।

গোপীনাথ বৰদলৈঃ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী, লোকপ্ৰিয় উপাধি প্ৰাপ্ত, বিশিষ্ট লেখক, ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল।   তেখেতৰ জন্ম হৈছিল ১৮৯০ চনৰ … Read More