অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতিন্দ্ৰনাথ গোস্বামী দেৱৰ জীৱনযাত্ৰাঃ

তেখেত জন্ম হৈছিল ১৯১৮ চনৰ ১২ নৱেম্বৰত যোৰহাট জিলাৰ টীয়কত। যতিন্দ্ৰনাথ গোস্বামী একাধাৰে লিখক, গল্পকাৰ, শিক্ষক, প্ৰবক্তা, অধ্যাপক আৰু অভিযন্তা। তেওঁৰ দেউতাকৰ নাম প্ৰাণকৃষ্ণ গোস্বামী আৰু মাতৃৰ নাম নৰ্মদা দেৱী। … Read More

উজনি অসমৰ প্ৰথম গৰাকী স্নাতক ৰায়বাহাদুৰ জগন্নাথ বৰুৱাৰ জীৱনযাত্ৰাঃ

জগন্নাথ বৰুৱাৰ জন্ম হৈছিল ১৮৫১ চনৰ ২৯ অক্টোবৰত যোৰহাটৰ ৰাজহাউলীত। পিতৃৰ নাম হেমধৰ বৰুৱা। AFA বা ফাৰ্ষ্ট আৰ্টছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বৰুৱাই কলকাতাৰ প্ৰেসিডেন্সী কলেজত নামভৰ্তি কৰে। ১৮৭২ চনত তেওঁ … Read More

কম্পিউটাৰত অসমীয়াত লিখা প্ৰথমখন গ্ৰন্থৰ স্ৰষ্টা, অসমীয়া গণিতজ্ঞ, গৱেষক, শিক্ষাবিদ ড° দিলীপ কুমাৰ দত্তৰ জীৱনযাত্ৰাঃ

ড° দিলীপ কুমাৰ দত্তৰ জন্ম হয় ১৯৩৭ চনৰ ৩০ এপ্ৰিলত যোৰহাট জিলাৰ তৰাজান গায়ন গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃৰ নাম আছিল ৰত্নেশ্বৰী দত্ত। তেখেতৰ পিতৃ গুৱাহাটী … Read More

ভাষাতত্ত্ববিদ, পদ্মশ্ৰী, পদ্মভূষন কৃষ্ণকান্ত সন্দিকৈ দেৱৰ জীৱন যাত্ৰা।

কৃষ্ণকান্ত সন্দিকৈঃ  ভাষাতত্ত্ববিদ, সংস্কৃত পণ্ডিত, শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাৰ্চায, অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি, অসম ছাত্ৰ সন্মিলনৰ সভাপতি, জগনাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ন … Read More

বিশিষ্ট কবি সাহিত্যিক অমূল্য বৰুৱা।

অমূল্য বৰুৱা এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক ‘কালান্তৰৰ কবি’ বুলি কোৱা হয়। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা … Read More