Kapé MAC
■ ১৫/১১/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত গ্ৰাম্য জীৱন জীৱিকা সমল কেন্দ্ৰত ধৰ্তি আবা বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী বৰ্ষ “জনজাতীয় গৌৰৱ দিৱস সমাৰোহ” অনুষ্ঠিত কৰে। … Read More

■ ২৮/০৯/২০২৪ তাৰিখে জনাই কৃষ্টি ভৱন প্ৰাঙ্গণত সমগ্ৰ মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বানৌ কেবাঙে সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰে। সভাত আনুষ্ঠানিকভাৱে LDCM ক মূল … Read More
লিখিত আবেদন অবিহনে এখনো অনা মিচিং গাওঁ অন্তৰ্ভূক্ত হোৱা নাই মিচিং স্বায়ত্বশাসিত পৰিষদত। আজি ইংৰাজী ১৮/০৯/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টি নতুন সীমা নিৰ্দ্ধাৰণক লৈ উত্থাপন কৰা অভিযোগৰ বিষয়ে … Read More
প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা ২৪/৮/২০২৪ তাৰিখে তিনি সহস্ৰাধিক জনতাৰ উপস্থিতিত যোৰহাট জিলাৰ চাৰিগাওঁ মুৰংঘৰ প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিৰ “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভাখন অনুষ্ঠিত কৰে। … Read More
গোগামুখত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ স্থায়ী সচিবালয় ভৱনৰ আধাৰশিলা স্থাপন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা- অহা ৮ তাৰিখৰ পৰা নিযুত মাইনা আঁচনিৰ শুভৰাম্ভনি কৰা হব। মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰীত … Read More
সভাত সভাপতিত্ব কৰে মাজুলী খণ্ড শক্তিৰ সভাপতি নগেন নাথয়ে । উক্ত সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য তথা মাজুলী জিলা শক্তিৰ সম্পাদক উমা পাঠৰি, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ … Read More
৪ নং শান্তিপুৰ গাঁৱত সমষ্টি সংহতি গোটৰ গুৰুত্বপূৰ্ণ বৈঠক। ৩৪ নং দিচাং-দিখৌ, ৩৫ নং দিহিং-চেঁচা আৰু ৩৬ নং শদিয়া সমষ্টিক সামৰি লৈ আজি ২২ আগষ্ট তাৰিখে সমষ্টি সংহতি গোট … Read More
Rnewsindia24.com ১২ জুন ২০২৩ তাৰিখে তৃতীয় দিনা সোৱণশিৰি ইক’ কেম্পত মিচিং স্বায়ত্তশাসিত পৰিষদৰ জীৱন জীৱিকা অভিযানৰ অধীনত উদ্যান শস্য তামোল খেতিৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। … Read More
“MAC TODAY” পুৱ ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত কে কে ডি মহাবিদ্যালয় প্ৰাংগণত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২১ নং পুৱ ঢকুৱাখনা মাতমৰা পৰিষদীয় সমষ্টিৰ পৰিষদীয় গাওঁ সভা অনুষ্টিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা … Read More