Kapé MAC

® MAC ৰ পুঁজিৰে নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ শুভ উদ্বোধন। ২২/০৯/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শেনচোৱা জেউতি প্ৰাথমিক বিদ্যালয়, ৬নং অৱাং জ’নাই … Read More

মিচিং আগম কৗবাঙৰ ২৫ সংখ্যক সাধাৰণ অধিৱেশন।

চিলাপথাৰ দঃঞি পঃল দৃৰবৃ লত্তাত ২৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখৰ পৰা ২৭ ছেপ্টেম্বৰ তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হৈছে। … Read More

Kapé MAC

  ® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত APSC-UPSC Sponsorship Coaching Programme ৰ Pre-Screening Test Seminar অনুষ্ঠান। ০৬/০৮/২০২৬ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু Compition Care ৰ … Read More

Kapé MAC

® “শ্বহীদ অঞ্জনা কাপ” শুভাৰম্ভণি। ২০/০৮/২০২৬ তাৰিখে শ্বহীদ অঞ্জনা কাপ সমিতি আৰু মিংমাং আঞ্চলিক TMPKৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদৰ সহযোগত মিংমাংস্থিত কঠালগুৰি খেলপথাৰত অনুষ্ঠিত হোৱা “শ্বহীদ অঞ্জনা কাপ” ফুটবল প্ৰতিযোগিতাৰ … Read More

Kapé MAC

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। ১৫/০৮/২০২৬ তাৰিখে পৰিষদৰ উদ্যোগত পৰিষদৰ সচিবালয় চৌহদত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। স্মৃতি তৰ্পণ … Read More

Kapé MAC

® যোৰহাট আৰু শিৱসাগৰ জিলাত সৃষ্টি হোৱা ভয়াৱহ বানপানী পৰিস্থিতি পৰিদৰ্শন MAC কৰ্তৃপক্ষৰ। ২৪/০৭/২০২৬ তাৰিখে যোৰহাট আৰু শিৱসাগৰত সৃষ্টি হোৱা ভয়াৱহ বানপানী পৰিস্থিতি পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় … Read More

Kapé MAC

  ® মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী বৈঠক। ৮/০৭/২০২৬ তাৰিখে পৰিষদৰ সভাকক্ষত অন্তৰ্ৱৰ্তীকালীন সমিতিৰ কাৰ্য্যবাহী বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ ক্ৰমে- ১. মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত … Read More

Kapé MAC

® মিচিং স্বায়ত্তশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰা প্ৰশাসনিক ভৱন পৰিদৰ্শন। ২৬/০৬/২০২৬ তাৰিখে পৰিষদৰ পুঁজিৰে ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ত নিৰ্মাণ কৰি থকা প্ৰশাসনিক ভৱন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় মিচিং … Read More

“Kapé MAC”

® গণশিল্পী গজেন নৰহ স্মৃতি উদ্যান আৰু শদিয়া ভৱন পৰিদৰ্শন মিচিং স্বায়ত্বশাসিত পৰিষদৰ CEM পৰমানন্দ চায়েঙীয়াৰ। ২৮/০৫/২০২৬ তাৰিখে পৰিষদৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰি থকা প্ৰয়াত গণশিল্পী গজেন নৰহ ৰ স্মৃতি … Read More

“Kapé MAC”

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিৰ “সংহতি গোটৰ সভা”। 🔸 গোগামুখ আবুতানি লত্তাত যোৱা ২/০৫/২০২৬ তাৰিখে পৰিষদৰ ১৫ নং, ১৭ নং আৰু ১৮ নং পৰিষদীয় সমষ্টিৰ “সমষ্টি সংহতি গোটৰ (CIU) সভা … Read More

Kapé MAC

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মান কৰা বিভিন্ন আচঁনিৰ শুভাৰম্ভণ আৰু আধাৰশিলা স্থাপন। ০১/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০ নং অৱনৰি সমষ্টিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজিৰ ১০ লাখ টকা … Read More

Kapé MAC

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ চতুৰ্থ সংখ্যক সাধাৰণ পৰিষদীয় সভা। ধেমাজিস্থিত বেচামৰা কৃষ্টি ভৱন প্ৰেক্ষাগৃহত ১৬/০২/২০২৬ তাৰিখে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ সভাপতিত্বত অন্তৰ্ৱৰ্তীকালীন সমিতিৰ ‘চতুৰ্থ সংখ্যক সাধাৰণ পৰিষদীয় সভা’ অনুষ্ঠিত … Read More