Kapé MAC

® MACৰ ২৫ সংখ্যক কাৰ্যনিৰ্বাহক বৈঠক। ৩০/০৯/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদ সচিবালয়ৰ সভাকক্ষত অন্তর্বর্তীকালীন পৰিষদৰ ২৫ সংখ্যক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকত মিচিং স্বায়ত্বশাসিত পৰিষদৰ জনমুখী আঁচনিত নৱ সংযোজনেৰে … Read More

মিচিং আগম কৗবাঙৰ ২৫ সংখ্যক সাধাৰণ অধিৱেশন।

চিলাপথাৰ দঃঞি পঃল দৃৰবৃ লত্তাত ২৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখৰ পৰা ২৭ ছেপ্টেম্বৰ তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হৈছে। … Read More

Kapé MAC

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। ১৫/০৮/২০২৬ তাৰিখে পৰিষদৰ উদ্যোগত পৰিষদৰ সচিবালয় চৌহদত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। স্মৃতি তৰ্পণ … Read More

Kapé MAC

    ® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দুগ্ধ উৎপাদন তথা গৰু পালনৰ আৱাসিক প্ৰশিক্ষণ। ৩/০৮/২০২৬ তাৰিখে এম.এ.চিৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে লখিমপুৰ পশু … Read More

Kapé MAC

® বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ কৰ্মশালা। ১৫/০৭/২০২৬ তাৰিখে নেচাৰ্চ বেকনৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত টাবুৰাম টাইদ সোঁৱৰণি সভাকক্ষত “বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতা” শীৰ্ষক এখনি … Read More

Tani FM সম্প্ৰচাৰ শুভাৰম্ভণি ।

® Rural Enterprise ৰ অধীনত নিৰ্মাণ কৰা Tani FM Online Radio App ত সম্প্ৰচাৰ শুভাৰম্ভণি। Rural Enterprise আৰু Tani FM কৰ্তৃপক্ষই এক সংবাদ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে, অসমৰ খিলঞ্জীয়া … Read More

Kapé MAC

® Tani FM আৰু মিচিং আগম কৗবাঙৰ বিশেষ বৈঠক।১/০১/২০২৬ তাৰিখে মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগুৰ বাসগৃহত মিচিং ভাষা প্ৰধান প্ৰথম FM অৰ্থাৎ Tani FM আৰু মিচিং আগম কৗবাঙৰ মাজত … Read More