মিচিং আগম কৗবাঙৰ ২৫ সংখ্যক সাধাৰণ অধিৱেশন।

চিলাপথাৰ দঃঞি পঃল দৃৰবৃ লত্তাত ২৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখৰ পৰা ২৭ ছেপ্টেম্বৰ তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হৈছে। … Read More

Kapé MAC

® বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ কৰ্মশালা। ১৫/০৭/২০২৬ তাৰিখে নেচাৰ্চ বেকনৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত টাবুৰাম টাইদ সোঁৱৰণি সভাকক্ষত “বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতা” শীৰ্ষক এখনি … Read More

“Kapé MAC”

  ® মেঘালয়ৰ জিৰ’স্থিত ফেৰাণ্ডো কেম্পাচ পৰিদৰ্শন মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ। ১১/০৫/২০২৬ তাৰিখে মেঘালয়ৰ জিৰ’স্থিত ফেৰাণ্ডো কেম্পাচ পৰিদৰ্শন কৰাৰ লগতে সঞ্চালিকা Merly Tom ক সাক্ষাৎ কৰে … Read More

Kapé MAC

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ চতুৰ্থ সংখ্যক সাধাৰণ পৰিষদীয় সভা। ধেমাজিস্থিত বেচামৰা কৃষ্টি ভৱন প্ৰেক্ষাগৃহত ১৬/০২/২০২৬ তাৰিখে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ সভাপতিত্বত অন্তৰ্ৱৰ্তীকালীন সমিতিৰ ‘চতুৰ্থ সংখ্যক সাধাৰণ পৰিষদীয় সভা’ অনুষ্ঠিত … Read More

Kapé MAC

® Tani FM আৰু মিচিং আগম কৗবাঙৰ বিশেষ বৈঠক।১/০১/২০২৬ তাৰিখে মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগুৰ বাসগৃহত মিচিং ভাষা প্ৰধান প্ৰথম FM অৰ্থাৎ Tani FM আৰু মিচিং আগম কৗবাঙৰ মাজত … Read More

“Kapé MAC”

■ ১২/০৮/২০২৫ গোগামুখ আবুতানি লত্তা প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ অভিলাষী আঁচনি জীৱন জীৱিকা অভিযানত বাচনিভুক্ত হোৱা হিতাধিকাৰীক সাহাৰ্য্যৰ অন্তিমটো কিস্তি আনুষ্ঠানিকভাৱে বিতৰণ। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জীৱন … Read More