বিশিষ্ট সাহিত্যিক, লোক-সংস্কৃতিৰ গৱেষক ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱনযাত্ৰাঃ

ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হৈছিল ১৯০৮ চনৰ ১০ নৱেম্বৰ তাৰিখে নগাঁও জিলাৰ পুৰণিগুদামৰ খৰঙীচুক অঞ্চলত। পিতৃৰ নাম বিজয়ৰাম বৰুৱা আৰু মাতৃৰ নাম লীলাৱতী আছিল। বৰুৱা একাধাৰে এগৰাকী শিক্ষাবিদ, লেখক, … Read More

উত্তৰ অসমৰ প্ৰথম গৰাকী মুখ্য অভিযন্তা, মুখ্য সচিব, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু ৰে’ডক্ৰছ ছ’ছাইটিৰ জন্মদাতা হৰিপ্ৰসাদ বৰুৱাৰ জীৱনযাত্ৰাঃ

  ১৮৮৯ চনৰ ১১ এপ্ৰিল তাৰিখে গোলাঘাট জিলাৰ খুমটাইত হৰিপ্ৰসাদ বৰুৱা জন্ম হৈছিল। হৰিপ্ৰসাদ বৰুৱা অসমৰ প্ৰথম মুখ্য অভিযন্তা, মুখ্য সচিব, সু-সাহিত্যিক, শিক্ষাবিদ আৰু প্ৰশাসক আছিল। তেওঁ ১৯০৪ চনত গোলাঘাট … Read More

অসমৰ কুইজ মাষ্টাৰ দিলীপ কুমাৰ বৰুৱাৰ জীৱনযাত্ৰা।

আজি ২৭ এপ্ৰিল অৰ্থাৎ ২০১৭ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল অসমৰ কুইজ মাষ্টাৰ দিলীপ কুমাৰ বৰুৱা। তেখেত জন্ম হৈছিল ১৯৪৩ চনৰ ১৬ মাৰ্চত দৰং জিলাৰ ছিপাঝাৰৰ ভুক্তাবাৰী গাৱত। পিতৃৰ নাম … Read More

কবি, গীতিকাৰ, শিক্ষাবিদ কেশৱ মহন্ত‍ দেৱৰ জীৱনযাত্ৰাঃ

কেশৱ মহন্ত‍ই জন্ম হৈছিল ১৯২৬ চনৰ ২০ জানুৱাৰীত শোণিতপুৰ জিলাৰ মিজিকাজান চাহ বাগিচাত। তেখেতৰ পিতৃ নাম আছিল থানেশ্বৰ মহন্ত। মাগুৰ মৰা প্ৰাইমাৰী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৩৭ চনত … Read More

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বঁটা ৰংবং তেৰাঙৰ জীৱন যাত্ৰাঃ

আজি ১৩ জানুৱাৰী অৰ্থাৎ ১৯৩৭ চনৰ আজিৰ দিনটোতে কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ লাংবুদিংপিত কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি ৰংবং তেৰাং জন্ম হৈছিল। তেখেত হৈছে … Read More

উত্তৰ পূৰ্বাঞ্চলৰ ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী “মধুৰাম বড়ো”ৰ জীৱনযাত্ৰাঃ

  মধুৰাম বড়ো জন্ম হৈছিল ১৯৩৮ চনৰ ১ নৱেম্বৰত কামৰূপ জিলাৰ হাজোত৷ তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক আৰু শিক্ষাবিদ আছিল। ১৯৫৫ চনত তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৫৭ চনত উচ্চ … Read More

সু-সাহিত্যিক তীৰ্থনাথ শৰ্মা দেৱৰ জীৱনযাত্ৰাঃ

তেখেতৰ জন্ম হৈছিল ১৯১১ চনৰ ২৩ অক্টোবৰত শিৱসাগৰ জিলাত। তেখেত একাধাৰে সু-সাহিত্যিক, গল্পকাৰ, শিক্ষাবিদ, কবি, সংস্কৃতৰ বিদগ্ধ পণ্ডিত, সমালোচক, জীৱনী লেখক, শিশু সাহিত্যিক, সাংবাদিক আৰু ভাৰতত্ত্ববিদ আছিল তেওঁৰ পিতৃৰ নাম … Read More

গণবন্ধু শশী শৰ্মা দেৱৰ জীৱনযাত্ৰাঃ

শশী শৰ্মাৰ জন্ম হৈছিল ১৯৩০ চনৰ ৩ অক্টোবৰত নলবাৰী জিলাৰ জানিযোগ গাঁৱৰ কৰৈবাৰীত । তেখেত একধাৰে শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ আছিল। পিতৃৰ নাম আছিল সৰ্বানন্দ … Read More

কম্পিউটাৰত অসমীয়াত লিখা প্ৰথমখন গ্ৰন্থৰ স্ৰষ্টা, অসমীয়া গণিতজ্ঞ, গৱেষক, শিক্ষাবিদ ড° দিলীপ কুমাৰ দত্তৰ জীৱনযাত্ৰাঃ

ড° দিলীপ কুমাৰ দত্তৰ জন্ম হয় ১৯৩৭ চনৰ ৩০ এপ্ৰিলত যোৰহাট জিলাৰ তৰাজান গায়ন গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃৰ নাম আছিল ৰত্নেশ্বৰী দত্ত। তেখেতৰ পিতৃ গুৱাহাটী … Read More

সাহিত্য অকাডেমি বঁটা বিজয়ী ৰেৱতী মোহন দত্তচৌধুৰী তথা শীলভদ্ৰ দেৱৰ জীৱনযাত্ৰাঃ

শীলভদ্ৰ অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ আছিল। তেখেত জন্ম হয় ১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত গৌৰীপুৰত ।   পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী। … Read More