১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam 6 March 2024 :-  1. দেশৰ প্ৰথমটো আণ্ডাৰৱাটাৰ মেট্ৰ’ ৰে’লসেৱা উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মেট্ৰ’ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে ভ্ৰমণ কৰি মত বিনিময় কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। কলকাতাৰ হুগলি … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

    Rnewsindia24.com Assam 26 February 2024:-  1. ধেমাজি জিলাৰ চিলাপথাৰস্থিত দঞি-পঃল কমপ্লেক্সত মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি পট্টা বিতৰণ অনুষ্ঠান। চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ১২,১৪৩ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰে … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ

Rnewsindia24.com Assam 18 November 2023:-  1. ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। বিশ্বকাপৰ ফাইনেলৰ বাবে বিশেষ ৰে’লৰ ঘোষণা ভাৰতীয় ৰে’লৱেৰ । দিল্লী আৰু মুম্বাইৰ পৰা আহমেদাবাদলৈ চলিব এই ৰে’ল। কম ভাড়াতে এই ৰে’লত … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam Oct 31/2023:-  1. দিল্লীত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ। 2. লিঅ’নেল মেছিলৈ ২০২৩ বৰ্ষৰ সন্মানীয় বেলন ডি’অৰ বঁটা। অষ্টমবাৰৰ … Read More

Rnewsindia24.com Assam Oct 20/2023:-  1. আজি পৰ্যটকৰ বাবে মুকলি কৰা হল পবিতৰা অভয়াৰণ্য৷ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযূষ হাজৰিকায়ে মুকলি কৰে অভয়াৰণ্যখন৷ 2. বি বৰুৱা কলেজলৈ NAACৰ A++ … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam Oct 17/2023:-  1. নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানক ‘দাদা চাহেব ফাল্কে বঁটা’। *Gangubai Kathiawadiৰ … Read More

Rnewsindia24.com Assam Oct 6/2023:-  ১/ গোটেই অসমত ১০% শিক্ষক অনুপস্থিত। ‘শিক্ষাসেতু’এপৰ জৰিয়তে ২,০৬৮খন বিদ্যালয়ৰ তথ্য লাভ কৰে। শিক্ষকৰ অনুপস্থিতিৰ তদন্ত কৰিবলৈ জিলা শিক্ষা বিভাগক নির্দেশ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam Sept 14/2023:-  1. প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত তেখেতৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষন চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকাসহ কেইবাগৰাকীও ৰাজনৈতিক নেতাই … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

1. আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2. খানাপাৰাত আয়োজন কৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam July 19/2023:-  1. উত্তৰাখণ্ডত শোকাৱহ ঘটনা। এটা নিৰ্মীয়মাণ প্ৰকল্পথলীত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত নিহত হয় ১৫জনকৈ লোক, আহত হয় ২০গৰাকী। ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ। 2. অসমবাসীৰ … Read More