“কাৰ্পোমপুলি”
এয়া আকাশবাণী ডিব্ৰুগড়….। বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা, পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰে চহকী অসমৰ অগণন শ্ৰোতাৰ আৱেগ, ভৰষা তথা মন-প্ৰাণৰ সংগী “আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ”। বিশেষকৈ, অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে অসমৰ কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা শ্ৰোতাক … Read More

