পদ্মশ্ৰী হেমা মালিনীৰ জীৱনযাত্ৰাঃ

হেমা মালিনীৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১৬ অক্টোবৰত। তেখেত একাধাৰে এগৰাকী অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ আছিল। তেওঁৰ পিতৃৰ নাম ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃৰ নামজয়া লক্ষ্মী চক্ৰৱৰ্তী। অভিনেতা … Read More