অসমৰ ৰাজ্যপালক সাক্ষাৎ অসম ডায়েট বিষয়া সংস্থাৰ।
■ Friday 16 May 2025 ১৬ মে’ ২০২৫ তাৰিখে সদৌ অসম ডায়েট বিষয়া সংস্থাৰ পাঁচজনীয়া প্ৰতিনিধি দলে অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক উজানবজাৰ ৰাজভৱনত সাক্ষাৎ কৰে। ৰাজ্যপালৰ সৈতে হোৱা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত … Read More