ভাৰতৰ দশম গৰাকী ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতিৰ জীৱনযাত্ৰাঃ

১৯২০ চনৰ ২৭ অক্টোবৰত কেৰালাৰ ট্ৰেভাংকৰৰ উঝাভুৰ গাঁৱত কে আৰ নাৰায়ণন জন্ম হৈছিল। তেওঁৰ সম্পূৰ্ণ নামটো হৈছে কোচাৰিল ৰমন নাৰায়ণন। চমুকৈ কে আৰ নাৰায়ণন বুলি কোৱা হয়। পিতৃৰ নাম আছিল … Read More

শিক্ষক দিৱস, বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন যাত্ৰা ।

আজি শিক্ষক দিৱস অৰ্থাৎ ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিন। ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ একাধাৰে শিক্ষাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ আছিল। তেখেতৰ জন্মদিনটো সমগ্ৰ ভৰতবৰ্ষই “শিক্ষক দিৱস” হিচাপে আৰু শিক্ষক সকলৰ সন্মানাৰ্থে এই দিৱস … Read More

ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি ভাৰত ৰত্ন প্ৰণব কুমাৰ মুখাৰ্জীৰ জীৱন যাত্ৰাঃ

প্ৰণব কুমাৰ মুখাৰ্জীৰ ১৯৩৫ চনৰ ১১ ডিচেম্বৰত জন্ম হৈছিল। তেখেত ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল। বিশেষকৈ তেওঁ … Read More