সদৌ ডায়েট বিষয়া সন্থাৰ কৰ্মবিধি সংকুচিতকৰণৰ বিৰোধিতা।
২০ ডিচেম্বৰ ২০২৫ তাৰিখে সদৌ অসম ডায়েট বিষয়া সন্থাই ডায়েট বিষয়াৰ কৰ্মবিধি সংকুচিতকৰণৰ বিৰোধিতাৰে এচ.চি.ই.আৰ.টি (SCERT) ৰ সঞ্চালক নিৰদা দেৱীক স্মাৰকপত্ৰ প্ৰদান কৰে। বিষয়া সন্থাৰ তৰফৰ পৰা জনোৱা মতে, যি … Read More

