'ঈদ-উজ-জোহা' - R News India 24
Skip to content
*EID MUBARAK*
আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়াল তথা ৰাজ্যবাসী’ লৈ ত্যাগৰ প্ৰতিক পৱিত্ৰ ঈদ-উল-আজহা’ৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
এই বেলিৰ ঈদটিয়ে আপোনাৰ লগতে পৰিয়ালৰ সকলো সদস্যবৃন্দ তথা দেশবাসীৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ, শান্তি, সম্প্ৰীতি আৰু উন্নতিৰ বতৰা।
সমাজৰ পৰা সকলো ধৰণৰ অসূয়া, অপ্ৰীতি, অমঙ্গল তথা হিংসা, বিদ্বেষ, ঘৃণা আৰু শত্ৰুতা নাইকিয়া কৰি প্ৰেম-ভালপোৱা আৰু সাম্প্ৰদায়িক সম্প্ৰতি সুদৃঢ় কৰক।
এই কামনাৰে পুনৰ এবাৰ ভাতৃত্ববোধৰ উৎসৱ ঈদ-উজ-জোহা’ৰ শুভ কামনাৰে
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
জুলহাছ আলী আহমেদ ।
R News India 24