অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে থাকি মিচিং স্বায়ত্ত্বশাসিত পৰিষদ কাৰ্যবাহী সদস্য উমা পাঠৰি আৰু মিচিং স্বায়ত্ত্বশাসিত পৰিষদ সাধাৰণ সদস্য নিলকান্ত দলে, এম এম কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাজীৱ পেগু এ ছাত্ৰছাত্ৰী সকলক উদ্দেশ্যি ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বক্তব্য আগবঢ়াই।
Career Counseling অনুষ্ঠানত মাজুলীৰ ৩১ খন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰায় ৮০০ ৰো অধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে শিক্ষক শিক্ষয়ত্ৰী অভিভাৱক উপস্থিত থাকে ৷
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।