মিচিং স্বায়ত্তশাসিত পৰিষদৰ নাপিত দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি।
Spread the love
মিচিং স্বায়ত্তশাসিত পৰিষদৰ কুটীৰ শিল্প বিভাগৰ দ্বাৰা প্ৰদান কৰা নাপিত দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ কুটিৰ শিল্প বিভাগে ১০ দিনীয়াকৈ আয়োজন কৰা প্ৰথম পৰ্যায়ৰ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী দিৰপাইৰ সোৱণশিৰি ইক’ কেম্পত ২৫/০৮/২০২২ তাৰিখে আনুষ্ঠানিক ভাৱে সামৰণি কৰে।
সামৰণি অনুষ্ঠানত পৰিষদৰ ১৫ নং গোগামুখ সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগু আৰু ১৪ নং জীয়াধল সমষ্টিৰ সাধাৰণ সদস্য বাণীকান্ত দলে ৰ লগতে পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া ডাঃ অনিল কুমাৰ পেগু উপস্থিত থাকে।