Mising Autonomous Council

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২১ নং পুৱ ঢকুৱাখনা‌ মাতমৰা পৰিষদীয় সমষ্টি আৰু ৩০ নং চাংগা মাজুলী পৰিষদীয় সমষ্টিৰ গাওঁ সভা সম্পন্ন।

Spread the love

“MAC TODAY”

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

পুৱ ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত কে কে ডি মহাবিদ্যালয় প্ৰাংগণত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ
২১ নং পুৱ ঢকুৱাখনা‌ মাতমৰা পৰিষদীয় সমষ্টিৰ পৰিষদীয় গাওঁ সভা অনুষ্টিত হয়।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ২২ নং পুৱ ঢকুৱাখনা‌ মাতমৰা পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু ৱে ।

আন হাতে ৩০ নং চাংগা মাজুলী পৰিষদীয় সমষ্টিৰ গাওঁ সভা খন অনুস্থিত হয় উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত।
সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সাধাৰণ সদস্য নিলকান্ত দলেয়ে ।

উক্ত সভাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰিপুৰক দাবী আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰূপায়ণ কৰিব লগা আচঁনি সমুহ সৰ্ব সন্মতি ক্ৰমে গ্ৰহণ কৰে।

সভাত উপস্থিত থাকে TMPK MMK TMMK ৰ জিলা সমিতিৰ নেতৃ বিন্দ আৰু স্থানীয় ৰাইজ ।

 

সংগীতা দত্ত আৰু অমৃত দলেৰ প্রতিবেদনত R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *