কাহ, চৰ্দি, হাপানি, মাতভঙা, এলাৰ্জী, দাঁত আদি সমস্যাৰ বাবে তেজপাত খাওঁক।

Spread the love
Mising Autonomous Council
Mising Autonomous Council .

তেজপাত আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
তেজপাত খালে শৰীৰৰ বহু বেমাৰ নাশ হয়।

আপুনি বাৰু তেজপাত দিয়া চাহকাপ খায় কেনে পাই ?

তেজপাতত যথেষ্ট পৰিমানে কেলচিয়াম’, আইৰন’,ক’পাৰ , পটেচিয়াম, চেলিনিয়াম ‘মেংগানীজ’ এণ্টি অক্সিডেন্টেৰে আদিৰে ভৰপুৰ।

তেজপাতৰ বৈজ্ঞানিক নাম হৈছে- ‘Cinnamomum tamala’

জানো আহক তেজপাতত কি কি ঔষধী গুণ আছেঃ

1. কাহ, চৰ্দি, হাপানি , মাতভঙা, এলাৰ্জী ৰোগত তেজপাত খালে সুফল পোৱা যায়।

2. মুৰৰ বিষ, গাথি বিষত তেজপাত অতি উত্তম।

3. প্ৰস্ৰাৱৰ ৰোগ, কিডনীৰ ৰোগ বা পাথৰ হলে তেজপাত খালে নিৰাময় হয়।

4. তেজপাতে পাচন তন্ত্ৰ সৱল কৰে ,বদহজম, বেয়া উগাৰ অহা ,অৰুচী,অভোক শৌচ কৰা আদি দূৰ কৰে।

5. চুলিৰ নানা সমস্যাত তেজপাতৰ ৰস সানিলে সেই সমস্যা দূৰ হয় ।

6. দাঁতৰ সমস্যা থাকিলে তেজপাতৰ গুৰিৰে ব্ৰাচ কৰিলে ভাল হয়।

গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে তেজপাত খাওঁক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ধন্যবাদ।

কাংকান কায়োমৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *