আপোনাৰ দৃষ্টিশক্তি কমিচে নেকি ?

কেঁচা মটৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
কেঁচা মটৰ খালে শৰীৰৰ বহু বেমাৰ নাশ হয়।
কেঁচা মটৰত আইৰণ, জিংক, মেঙ্গানিজ, এণ্টি-অক্সিডেণ্ট আদি পুষ্টিতত্বৰে ভৰপূৰ।
জানো আহক কেঁচা মটৰত কি কি ঔষধী গুণ আছেঃ
ক) কেঁচা মটৰে দৃষ্টি শক্তি বৃদ্ধি কৰে ।
খ) কেঁচা মটৰ খালে হজম শক্তি বৃদ্ধি কৰে ।
গ) কেঁচা মটৰত চেলেনিয়াম নামৰ এক বিশেষ উপাদান পোৱা যায়, যি আৰ্থ্ৰাইটিছৰ সমস্যা আঁতৰ কৰিব পাৰে।
ঘ) কেঁচা মটৰ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
ঙ) ৰক্তহীনতা ৰোগ প্ৰতিৰোধৰ বাবে কেঁচা মটৰ উপকাৰী ।
চ) কেঁচা মটৰে হৃদৰোগ প্ৰতিৰোধ কৰে ।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে কেঁচা মটৰ খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24