ত্ৰিফলাৰ ঔষধী গুণ আৰু উপকাৰীতা। - R News India 24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
ত্ৰিফলা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
ত্ৰিফলা খালে শৰীৰৰ বহু বেমাৰ নাশ হয়।
ত্ৰিফলা হৈছে তিনিটা ফলৰ সমাহাৰ।
যেনে- আমলখি, ভোমোৰা, শিলিখা।
ত্ৰিফলত ভিটামিন চি, খনি, এমিনো এচিড, এণ্টিঅক্সিডেণ্ট ফেনল, টেনিন, কাৰকিউমিনোইড,
এলাজিক এচিড, লিগ্নান, ফ্লেভন, তাম, লো, মেগনেছিয়াম, পটাছিয়াম, পলিফেনল, টাৰ্পেন, এন্থোচাইনিন আদিৰে ভৰপূৰ।
আপুনি বাৰু ত্ৰিফলা খায় নে ?
জানো আহক ত্ৰিফলাত কি কি ঔষধী গুণ আছে-
ক) ত্ৰিফলা খালে কৰ্কট ৰোগ নিৰাময়ত সহায়ক হয়।
খ) ত্ৰিফলাই ৰক্ত সঞ্চালন সঠিক ৰখাত সহায় কৰে।
গ) ত্ৰিফালাই ডায়েবেটিচৰ বিৰুদ্ধে কাম কৰে।
ঘ) ত্ৰিফলা খালে কোষ্ঠকাঠিন্য দূৰ কৰে।
ঙ) ত্ৰিফলা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।
চ) ত্ৰিফলাই দৃষ্টিশক্তি উন্নত কৰে।
ছ) ত্ৰিফলা খালে হজম শক্তি বৃদ্ধি কৰে।
গতিকে ত্ৰিফলা খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
By: Sangita Dutta