২০২৩ বৰ্ষৰ নোবেল বঁটা লাভ কৰা মহান ব্যক্তিসকলঃ-
Rnewsindia24.com Assam
■ মাৰ্কিন অৰ্থনীতিবিদ ক্ল’ডিয়া গ’ল্ডিনলে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে।
■ ইৰাণৰ নাৰ্গিছ মহম্মদীয়ে ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা লাভ কৰে।
■ নৰৱেৰ সাহিত্যিক জন ফছে ২০২৩ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
■ পিয়েৰ আগষ্টিনি, ফেৰেন্স ক্ৰাউজ আৰু এন্নে ল’হুইলিয়াৰে ২০২৩ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
■ কাটালিন কাৰিকো আৰু দ্ৰিউ ৱেইছমেনে ২০২৩ বৰ্ষৰ মেডিচিনৰ নোবেল বঁটা লাভ কৰে।
■ মউংগি জি বাৱেন্দি, লুই ই ব্রুছ আৰু এলেক্সি আই একিমভে ২০২৩ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
□ আনহাতে, অভিনেত্ৰী ৱাহিদা ৰহমানে
২০২৩ বৰ্ষৰ দাদা চাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা লাভ কৰে।
Sangita Dutta News Editor Rnewsindia24.com