বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া ।

চন্দ্ৰপ্ৰসাদ শইকীয়াঃ অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক। ১৯২৭ চনৰ ৮ জুলাইত শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত জন্ম হয়। তেখেতৰ পিতৃ নাম দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃ নাম দুৰ্গেশ্বৰী শইকীয়া। ১৯৩৮ … Read More

গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰা।

অসমৰ এজন গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰা। ১৯২৪ চনৰ ৬ জুলাই তাৰিখে দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম গজেন নাথ বৰা আৰু মাকৰ নাম … Read More

সুগন্ধি পখিলাৰ কবি, ৰ’দালী কবি হীৰেন ভট্টাৰ্চায (হীৰুদা)।

ভাৰত বৰ্ষৰ এগৰাকী খ্যাতিসম্পন্ন কবি, সুগন্ধি পখিলাৰ কবি, ৰ’দালী কবি হীৰেন ভট্টাৰ্চায। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি … Read More

শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী হংসা জীৱৰাজ মেহতা।

ভাৰতীয় এগৰাকী শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল হংসা জীৱৰাজ মেহতা। ১৮৯৭ চনৰ ৩ জুলাই তাৰিখে বৰোদা ষ্টেটৰ নগৰ ব্ৰাহ্মণ পৰিয়ালত হংসা মেহতাৰ জন্ম হৈছিল। তেওঁ … Read More

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ড° বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলী।

ভাৰতত প্ৰতিবছৰে জুলাই মাহৰ ১ তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। এই দিনটো চিকিৎসক সকলৰ কাৰণে এটা বিশেষ দিন। চিকিৎসক সকল ভগৱানৰ দ্বিতীয় ৰূপ। ভগৱানৰ পিচতেই সাধাৰণ লোকৰ বিশ্বাসৰ … Read More

সাহিত্যিক, কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী শ্ৰী মতী গীতালী বৰুৱা

অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী। গীতালী বৰুৱা জন্ম হৈছিল ১৯৬১ চনৰ ১ জুলাই তাৰিখে। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। গীতালী … Read More

বিশিষ্ট কবি সাহিত্যিক অমূল্য বৰুৱা।

অমূল্য বৰুৱা এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক ‘কালান্তৰৰ কবি’ বুলি কোৱা হয়। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা … Read More

ডিআইডি ৰ মঞ্চত ইতিহাস ৰছিলে অসমৰ তিনি কণমানি নৃত্য শিল্পী নৱজিৎ, আপ্পুন আৰু আধ্যাশ্ৰীয়ে।

অসমৰ ইতিহাসত এয়াই প্ৰথম তিনিজন একেলগে বিজয়ী হোৱা এনে অনুষ্ঠানত। ডিআইডি লিটিল মাষ্টাৰ্ছৰ চিজন ৫ৰ বিজয়ী খিতাপ গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীলৈ। নৱজীতে সৰুৰে পৰা নৃত্য কৰিবলৈ ভাল পাইছিল আৰু দুবছৰ বয়সত … Read More

চলচ্চিত্ৰ প্ৰযোজক পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা, চিত্ৰনাট্যকাৰ ব্ৰজেন বৰুৱা।

28,June Assam: ব্ৰজেন বৰুৱা : অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল ব্ৰজেন বৰুৱা। তেখেত একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতে মঞ্চ আৰু … Read More

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত স্থান প্ৰাপ্ত সকলৰ সবিশেষঃ

27,June Assam 2022: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমূহঃ বিজ্ঞান শাখাঃ প্ৰথম স্থান: ধৃতিৰাজ বাস্তৱ কলিতা (491)দেওমৰনৈ এইছ এচ স্কুল, দৰং দ্বিতীয় স্থান: অলংকৃতা গৌতম বৰুৱা(488) ছণ্ট ব্ৰুক একাডেমী, … Read More