চলচ্চিত্ৰ প্ৰযোজক পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা, চিত্ৰনাট্যকাৰ ব্ৰজেন বৰুৱা।

28,June Assam: ব্ৰজেন বৰুৱা : অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল ব্ৰজেন বৰুৱা। তেখেত একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতে মঞ্চ আৰু … Read More

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত স্থান প্ৰাপ্ত সকলৰ সবিশেষঃ

27,June Assam 2022: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমূহঃ বিজ্ঞান শাখাঃ প্ৰথম স্থান: ধৃতিৰাজ বাস্তৱ কলিতা (491)দেওমৰনৈ এইছ এচ স্কুল, দৰং দ্বিতীয় স্থান: অলংকৃতা গৌতম বৰুৱা(488) ছণ্ট ব্ৰুক একাডেমী, … Read More

অসমৰ প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী, আইদেউ সন্দিকৈ ।

আইদেউ সন্দিকৈ- নামেই যাৰ পৰিচয়। অসমৰ প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী। আইদেউ সন্দিকৈ জন্ম হৈছিল ১৯২০ চনৰ ২৭ জুনত গোলাঘাটৰ পানী-দিহিঙীয়া গাঁৱত। পিতৃৰ নাম নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম মা-লক্ষ্মী। অসমীয়া … Read More

সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা নাটসমালোচক সত্যপ্ৰসাদ বৰুৱা :

26 June,Assam: সত্যপ্ৰসাদ বৰুৱা: আধুনিক অসমীয়া নাট্য-সাহিত্যৰ ইতিহাসত নাট্যকাৰ, অভিনেতা তথা নাটসমালোচক সত্যপ্ৰসাদ বৰুৱা এক উল্লেখযোগ্য নাম৷ নাটক আৰু অভিনয়কে জীৱনৰ মূলবস্তু কৰি লোৱা সত্যপ্ৰসাদ বৰুৱাই ঐতিহাসিক, সামাজিক, পৌৰাণিক আদি … Read More

ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি “বৰাহগিৰি বেংকটগিৰি” ।

১৯৮০ চনৰ ২৪ জুন অৰ্থাৎ আজিৰ দিনটোতে ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি “বৰাহগিৰি বেংকটগিৰি” ৰ মৃত্যু হৈছিল। তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপেও কৰ্মৰত আছিল। তেওঁ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ … Read More

অম্বুবাচী মেলাঃ

অম্বুবাচী হৈছে প্রাচীন কালৰে পৰাই অসমত প্ৰচলিত হৈ অহা এক লোকাচাৰ। ই এক ঋতুকালীন কৃষিভিত্তিক উৎসৱ। অসমৰ গুৱাহাটী কামাখ্যা মন্দিৰত আজিৰে পৰা ম্পূৰ্ণ ভাৱে আৰম্ভ হৈছে অম্বুবাচী মেলা। প্ৰতিবছৰে জুন … Read More

জাগীৰোডৰ শ্ৰীশ্ৰী ৰামঠাকুৰ সেৱাশ্ৰমত বাৰ্ষিক উৎসৱ পালন।

Assam, March 11 : সত্যং পৰম ধীমাহি। জাগীৰোডৰ শ্ৰীশ্ৰী ৰামঠাকুৰ সেৱাশ্ৰমত বাৰ্ষিক উৎসৱ পালন। জাগীৰোড’ স্থিত শিলভাঙা শ্ৰী শ্ৰী ৰামঠাকুৰ সেৱাশ্ৰমৰ ৫৯ তম বাৰ্ষিক উৎসৱৰ আয়োজন। মৰিগাঁও জিলাৰ জাগীৰোড শিলভাঙাত … Read More

শিক্ষক দিৱসৰ কথাৰে!

Assam, September 5: শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ সন্মানাৰ্থে সমগ্র দেশজুৰি পালিত হয় শিক্ষক দিৱস। স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোত অৰ্থাৎ প্ৰতি বছৰ ৫ ছেপ্টেম্বত শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক … Read More

MACৰ বিত্তীয় বৰ্ষ ২০২০-২১ ৰ নিবিদাৰ অন্তৰ্গত কৃষি কৰ্মত ব্যৱহৃত যন্ত্ৰপাতিবোৰৰ প্ৰদৰ্শন

Assam, July 31: মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় বৰ্ষ ২০২০-২১ ৰ নিবিদাৰ অন্তৰ্গত কৃষি কৰ্মত ব্যৱহৃত যন্ত্ৰপাতিবোৰৰ প্ৰদৰ্শন অৰ্থাৎত (Demonstration of Agricultural Machineries) ২৯ জুলাইত ২০২১ তাৰিখে মহৰিকেম্পত থকা MACৰ নিজা … Read More

ভাললগা কথা!

Assam, June 13 : অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জাগীৰোড’তো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ প্ৰচলন। জাগীৰোডৰ বিভিন্ন ঠাই এতিয়া নিচাজাতীয় দ্ৰব্যৰ অবাধ বিচৰণস্থলীলৈ পৰিনত হৈছে। মাদক দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলত … Read More

মানৱ জীৱন খন্তেকীয়া!…

Assam, june 3 : এই খন্তেকীয়া জীৱনত মানুহে ক’ত যে কি নকৰে। সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ মনুষ্যৰ সৃজন হৈছিল কেৱল সৃষ্টিৰ কল্যাণাৰ্থে কিন্তু সেই কথা পাহৰি এতিয়া মনুষ্যই সৃষ্টিৰ অনিষ্টসাধনত নামি … Read More

কৰোনাৰ পৰা পৰিত্ৰাণ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে দোৱাৰ প্ৰাৰ্থনা

Assam, May : 22 সম্প্ৰতি সমগ্ৰ দেশজুৰি কৰোনা ভাইৰাছৰ আতংক। ভাৰতবৰ্ষৰ ইখনৰ পিছত সিখনকৈ ৰাজ্য কৰোনা ভাইৰাছৰ কবলত। বাদ পৰি ৰোৱা নাই আমাৰ সুজলা সুফলা শস্য শ্যামলা অসমখনো। কৰোনাৰ সৈতে … Read More